Right News Asom

Right News Asom সত্যৰ সন্ধানত,জনতাৰ মাজত
A bilingual news channel from North-Eastern India in Dhubri,Assam.

09/08/2025

বিলাসীপাৰাৰ কাজাইকাটাত পৰকীয়া প্ৰেম কৰিবলৈ গৈ ৰাইজৰ হাতত আটক প্ৰেমিক

07/08/2025
30/07/2025

*বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ১০ নং বিলাসীপাৰা বিধান সভাৰ সমষ্টি ভিত্তিত ১৫ জুলাই ২০২৫ ইং তাৰিখৰ পৰা ২৯ জুলাই ২০২৫ ইং তাৰিখ লৈকে ছাত্ৰ ছাত্ৰীৰ গ্ৰীষ্মকালীন ১৫ দিনীয়া গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা আজি সুকলমে সামৰণি

29/07/2025

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত বিধান সভা ভিত্তিত বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন ১৫ দিনীয়া কৰ্মশালাৰ সামৰৰণি অনুষ্ঠানত সষ্টম শ্ৰেণীৰ ছাত্ৰী নিবেদিতা চৌধুৰীৰ সুমধুৰ কণ্ঠত গীত পৰিবেশন,

29/07/2025

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত বিধান সভা ভিত্তিত বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন ১৫ দিনীয়া কৰ্মশালাৰ সামৰৰণি অনুষ্ঠানত অষ্টম শ্ৰেণীৰ ছাত্ৰী জুনমনি হাওৱালদাৰ সুমধুৰ কণ্ঠত গীত পৰিবেশন,

25/07/2025

#বহুত টনা-আজোৰা অন্ত পেলাই অৱশেষত শগুণমাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন জনপ্ৰিয় সভাপতি আতোৱাৰ হুছেইনৰ পত্নী মনছিৰা খাতুনে সভানেত্ৰী হিচাপে নিৰ্বাচিত
#শগুণমাৰী গাওঁ পঞ্চায়ত খনৰ গৰিষ্ঠ সংখ্যক নৱ নিৰ্বাচিত সদস্য-সদস্যাৰ সমৰ্থন লাভ কৰি মনছিৰা খাতুনে আজি সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়*
#নৱ নিৰ্বাচিত সভানেত্ৰী মনছিৰা খাতুনৰ মূল লক্ষ্য হব পঞ্চায়ত খনৰ সকলো কৰ্ম বৃন্দৰ পৰা আৰম্ভ কৰি সন্মানীয় সকলো ৰাইজ আহঁক আমি সকলো মিলি -জুলি পঞ্চায়ত খনৰ উন্নয়ন হকে কাম কৰি যাওঁ বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে,

15/07/2025

#এইবাৰ নায়েৰ আলগা আঞ্চলিক পঞ্চায়ত নিৰ্দ্দলীয় মিত্ৰজোঁটৰ দখললৈ,

11/07/2025

#বিলাসীপাৰাত দুখনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি + ⁰এজেপি মিত্ৰজোঁটৰ দখল লৈ,

09/07/2025

#কালৰো কাল, বিপৰীতো কাল থকাৰ পিছতো অৱশেষত বাহিৰ ছুৱাপাতা গাওঁ.পঞ্চায়ত খনত নাজিৰ হুছেইনৰ পত্নী মোকলেছা খাতুনেই সভানেত্ৰী হিচাপে নিৰ্বাচিত হল,

09/07/2025

#গুটিপাৰা গাওঁ পঞ্চায়তত সভানেত্ৰীৰ পদক লৈ ৰহিমা খাতুন আৰু আন এগৰাকী প্ৰাৰ্থীৰ মাজত আছিল বহুত টনা -আজোৰা
#যত নেকি? নায়েৰ আলগা উন্নয়ন খণ্ড কাৰ্য্যালয়ত আজি ৰহিমা খাতুনে আৰু তেওঁৰ বিপৰীত প্ৰাৰ্থীয়ে সমানে ,সমানে সদস্য-সদস্যৰ সমৰ্থন লাভ কৰিছিল
#যাৰ ফলত উৰ্দ্ধতম বিষয়াবৰীয়া সকলে বাধ্য হৈ পঞ্চায়ত খনৰ সভানেত্ৰীৰ পদক টৰ্চত কৰিবলগীয়া হৈছে,

,

Address

Bilasipara
783348

Alerts

Be the first to know and let us send you an email when Right News Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Right News Asom:

Share