12/02/2024
বিলাসীপাৰা মহাবিদ্যালয়ত পৰীক্ষা দিবলৈ যোৱাত এজন ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কেইবাগৰাকী ছাত্ৰীৰ হিজাৱ নিজে খুলাৰ পিছতহে সোমাবলৈ দিয়ে। তেতিয়া ছাত্ৰী কেইজনে প্ৰশ্ন কৰাত মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্দেশত কৰা বুলি জনায়।
গতিকে আমাৰ প্ৰশ্ন বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষই কত এই অধিকাৰ আৰু ইমান সাহস পালে এনেকুৱা ধৰ্ম বিৰোধী নিৰ্দেশনা দিবলৈ।
DC Dhubri
Dhubri Police
Sub-Divisional Administration, Bilasipara
Bilasipara College Administration