Jilika CLF BMMU Mahamaya.

Jilika CLF BMMU Mahamaya. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jilika CLF BMMU Mahamaya., Publisher, Bilasipara.

JILIKA CLF AGM MEETING 18 JANUARY 2023...
25/01/2025

JILIKA CLF AGM MEETING 18 JANUARY 2023...

ধুবুৰী জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তগত জিলিকা CLF ৰ অন্তগত VO বিলাকক মুঠ   55,50,000  হাজাৰ টকাৰ ঘূৰণীয়া পুজি  (CIF) ৰ...
30/10/2024

ধুবুৰী জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তগত জিলিকা CLF ৰ অন্তগত VO বিলাকক মুঠ 55,50,000 হাজাৰ টকাৰ ঘূৰণীয়া পুজি (CIF) ৰ লোনৰ চেক বিতৰন কৰা হয়।

মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জিলিকা ক্লাষ্টাৰ লেবেল ফেডাৰেসন ৰ অন্তৰ্গত মিলন গ্ৰাম্য সংগঠনৰ অন্তৰ্গত জোনাকী SHG ৰ সদস্য...
13/09/2024

মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জিলিকা ক্লাষ্টাৰ লেবেল ফেডাৰেসন ৰ অন্তৰ্গত মিলন গ্ৰাম্য সংগঠনৰ অন্তৰ্গত জোনাকী SHG ৰ সদস্যাসকলে মৌ-হালধি,নিম,এলোবেৰা আদি বিভিন্ন উৎপাদনৰে গা-ধুবলৈ ঘৰুৱা আৰু প্ৰাকৃতিকভাবে চাবোন প্ৰস্তূত কৰি জীবিকা উন্নতিৰ পথ বাচি উলিয়াইছে।

ASRLM ৰ অন্তৰ্গত সকলো ক্লাষ্টাৰ লেবেল ফেডাৰেসন (CLF)   ৰ সৈতে আয়কৰ অনুসৰণ আৰু জি এছ টি অনুসৰনকে ধৰি পঞ্জীয়ন আৰু অনুসৰণৰ ...
12/09/2024

ASRLM ৰ অন্তৰ্গত সকলো ক্লাষ্টাৰ লেবেল ফেডাৰেসন (CLF) ৰ সৈতে আয়কৰ অনুসৰণ আৰু জি এছ টি অনুসৰনকে ধৰি পঞ্জীয়ন আৰু অনুসৰণৰ ওপৰত দুদিনীয়া আৱসিক ৱেবিনাৰৰ প্ৰশিক্ষণৰ আলোকচিত্ৰ।

25/08/2024

আজি 25 আগষ্ট 2024 তাৰিখ মহামায়া উন্নয়ন খণ্ডৰ অন্তগত জিলিকা CLF ৰ কায্যালয়ত উদ্যমিতা মহিলা তথা আত্মসহায়ক গোটৰ লাখপতি বাইদেউসকলোৱে সমাৰোহত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাতালাভ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু লগতে CLF ৰ পৰা প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

"গছ থাকিলেহে জীবকুল বাচিব"।তাৰে মহৎ উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক গ্ৰামীন অভিযানৰ ধুবুৰী জিলাৰ অন্তৰ্গত  মহামায়া উন্নয়ন ...
06/08/2024

"গছ থাকিলেহে জীবকুল বাচিব"।তাৰে মহৎ উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক গ্ৰামীন অভিযানৰ ধুবুৰী জিলাৰ অন্তৰ্গত মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জিলিকা CLF ৰ অন্তগত আত্মসহায়ক গোটৰ বাইদেউ সকলৰ বৃক্ষ ৰোপন কৰাৰ বিশেষ মূহুৰ্তৰ আলোকচিত্ৰ।এই বৃক্ষ আন্দোলনে নিশ্চিতভাবে আমাক চিৰ সেউজীয়া কৰি ৰখাত সহায় কৰিব।

Two days Non Residential Training in Block Level   JILIKA CLF  EC And Sac Committee on sisd.
01/08/2024

Two days Non Residential Training in Block Level JILIKA CLF EC And Sac Committee on sisd.

ধুবুৰী জিলাৰ অন্তৰ্গত মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জিলিকা মণ্ডল পয্যায়ৰ সংগঠনৰ অন্তৰ্গত লাভলি গ্ৰাম্য সংগঠনৰ অন্তৰ্গত ৰ...
20/07/2024

ধুবুৰী জিলাৰ অন্তৰ্গত মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জিলিকা মণ্ডল পয্যায়ৰ সংগঠনৰ অন্তৰ্গত লাভলি গ্ৰাম্য সংগঠনৰ অন্তৰ্গত ৰাহমানিয়া SHG ৰ সদস্যা মনছুৰা বিবি বেকাৰিৰ দোকানৰ যোগেদি বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী নিজেই প্ৰস্তুত কৰি নিজেই বিক্ৰী কৰি জীবিকা নিবাহৰ পথ বাচনি উলিয়াইছে।

জিলিকা CLF ৰ পৰা VO বিলাকক চেক বিতৰণ কৰা মুহূৰ্তৰ আলোকচিত্ৰ।
15/07/2024

জিলিকা CLF ৰ পৰা VO বিলাকক চেক বিতৰণ কৰা মুহূৰ্তৰ আলোকচিত্ৰ।

MMUA From Uploading At BMMU Mahamaya...
15/05/2024

MMUA From Uploading At BMMU Mahamaya...

Address

Bilasipara

Website

Alerts

Be the first to know and let us send you an email when Jilika CLF BMMU Mahamaya. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category