Assam Ne 365

Assam Ne 365 Web Portal

11/09/2026

*বিলাসীপাৰাৰ ফকিৰানিৰঝাৰ প্ৰথম খণ্ড গাঁৱত এটা ড্ৰাগছৰ ঘাটি উৎখাত কৰে নয়াহাট আৰক্ষীয়ে।ড্ৰাগছৰ ঘাটিটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ*।

10/09/2026

*বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই ফৈদৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা*।

10/09/2026

*বিলাসীপাৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।
বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত দুই ফৈদৰ মাজত সংঘটিত হৈছে এক ভয়ংকৰ মাৰপীঠৰ ঘটনা*।

08/09/2026

*বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত মায়াৰচৰ দ্বিতীয় খণ্ড গাঁৱলৈ আহিছে এক গৌৰৱৰ খবৰ*।

07/09/2026

*ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে চাপৰত পুনৰ আৰক্ষীৰ জালত এজন যুৱক*।

06/09/2026

*বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।নায়েৰ আলগা তৃতীয় খণ্ড গাঁৱত নাবালিকাক ধৰ্ষণৰ অভিযোগত ৫০ উৰ্ধ্বৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে*।

06/09/2026

*চাপৰ পৌৰসভাৰ ২ নং ওৱাৰ্ডৰ গধুৰ মালবাহী ট্ৰাক চলাচলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰাইজৰ মাজত অসন্তুষ্টি*।

05/09/2026

*বোকাজানত টাটা ছুমো আৰু স্কুটীৰ সংঘৰ্ষ, কথমপি ৰক্ষা আৰোহী*।

05/09/2026

*বিলাসীপাৰাৰ টিলাপাৰাত ট্ৰেক্টৰ ইউনিয়নৰ বিশেষ সভা*।

04/09/2026

*গৌৰীপুৰৰ কাউনবাৰীত নিশা ভয়ানক মোৰেল পুলিচিংৰ ঘটনা।
প্ৰেমিকাক লগ ধৰিব অহাৰ বাবে প্ৰেমিক আৰু লগৰীয়াক মাৰ পীঠ*।

Address

Bilasipara

Telephone

+919864988390

Website

Alerts

Be the first to know and let us send you an email when Assam Ne 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share