10/12/2024
4 ডিচেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হৈছে বিলাসীপাৰাৰ গুটিপাৰা তৃতীয় খণ্ডৰ বাবু সেখৰ পুত্ৰ। কৰ্মসূত্ৰে নগাঁৱত থকা পিতৃ বাবু সেখৰ লগত আছিল পুত্ৰ সাজামালে। কোনোবাই ক'ৰবাত লগ পালে 8822053537 / 92841 94108 ফোন কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
General
Bilasipara
Be the first to know and let us send you an email when Manik ALI Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Send a message to Manik ALI Assam: