News Axom Ne

News Axom Ne Bilasipara
(1)

18/10/2025

লোকসভাৰ বিৰোধী দলৰ নেতা শ্ৰী ৰাহুল গান্ধী গুৱাহাটীত উপস্থিত হৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি কি ক'লে।

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সুৰ্য্যখাতাত ভয়ংকৰ পথ দুৰ্ঘটনা।যাত্ৰীবাহী আল্ট্ৰা বাছে মহতীয়াই নিলে বাইক অৰোহীক। ফলত থ...
18/10/2025

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সুৰ্য্যখাতাত ভয়ংকৰ পথ দুৰ্ঘটনা।
যাত্ৰীবাহী আল্ট্ৰা বাছে মহতীয়াই নিলে বাইক অৰোহীক।
ফলত থিতাতে নিহত জহিৰুল ইছলাম।
জহিৰুল ইছলাম বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আছিল।

আজি লোকসভাৰ বিৰোধী দলৰ নেতা শ্ৰী ৰাহুল গান্ধী অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, প্ৰয়াত জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত ...
17/10/2025

আজি লোকসভাৰ বিৰোধী দলৰ নেতা শ্ৰী ৰাহুল গান্ধী অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, প্ৰয়াত জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে জুবিন দাই ভাল পোৱা এটা নাহৰ গছৰ পুলি ৰোপণ কৰি এই অমৰ শিল্পীগৰাকীলৈ মৰম, সন্মান আৰু আদৰৰ সোঁৱৰণি অৰ্পণ কৰে।

17/10/2025

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী সোণাপুৰ পৱিত্ৰ সমাধিস্থলীলৈ গৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট অৰবিন্দ কেজৰিৱালৰ।শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে কৰিবলৈ আ...
16/10/2025

জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট অৰবিন্দ কেজৰিৱালৰ।
শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে কৰিবলৈ আহ্বান কেজৰিৱালৰ।
Garg

16/10/2025

ৰাজ্যজুৰি বিধান সভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ।
বিধান সভা সমষ্টি: ১০ নং বিলাসীপাৰা।
শ্ৰী অশোক সিংঘল
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী
অসম।
তাৰিখ: ১৬ অক্টোবৰ, ২০২৫
স্থানঃ ৰাজহুৱা খেলপথাৰ (পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে প্রেক্ষাগৃহ), বিলাসীপাৰ ধুবুৰী (অসম)

'বিটিচি'ৰ ইতিহাসত প্ৰথম গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা কাৰ্যবাহী সদস্যাৰ দ্বায়িত্বঃ বেগম আকতাৰা আহমেদক।বিটিচিৰ ৰাজনৈ...
14/10/2025

'বিটিচি'ৰ ইতিহাসত প্ৰথম গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা কাৰ্যবাহী সদস্যাৰ দ্বায়িত্বঃ বেগম আকতাৰা আহমেদক।
বিটিচিৰ ৰাজনৈতিক ইতিহাসত প্ৰথম গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা পাৰিষদ হিচাপে নিৰ্বাচিত হোৱা বেগম আকতাৰা আহমেদক কাৰ্যবাহী সদস্যা (EM )ৰ দায়িত্ব প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিটিচি এলেকাৰ ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ পৰা বেগম আকতাৰা আহমেদে এমচিএলএ হিচাপে নিৰ্বাচিত হৈছিল। তেখেতক হাগ্ৰামা মহিলাৰীৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্যাৰ দ্বায়িত্ব দিয়া হৈছে।

দিপাৱলীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
14/10/2025

দিপাৱলীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সোণৰ চেইনছিনতাইৰ ঘটনা ।🚨আজি বিলাসীপাৰা সূৰ্যখাতা মিছন ৰোডত চিলনী চোৰে আমাৰ সকলোৰে পৰিচিত পাব্লিক উচ্চতৰ মাধ্যমিক বিদ...
12/10/2025

সোণৰ চেইনছিনতাইৰ ঘটনা ।🚨
আজি বিলাসীপাৰা সূৰ্যখাতা মিছন ৰোডত চিলনী চোৰে আমাৰ সকলোৰে পৰিচিত পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংক শিক্ষক ইনছান ছাৰৰ ঘণীযেকৰ গলৰ পৰা সোনৰ চেইন চিঙি লৈ পলাই যায়।
📹 CCTV ফুটেজ তলত সংলগ্ন কৰা হৈছে — দুজন চোৰে এই বাইকৰ ওপৰত আছিল।
👉 যদি কোনোবাই চিনি পায়, অনুগ্ৰহ কৰি তৎক্ষণাৎ স্থানীয় আৰক্ষীক বা আমাৰ লগত যোগাযোগ কৰক।
সকলোকে এই পোষ্টটো শ্বেয়াৰ কৰক, যাতে দুজন চোৰে শীঘ্ৰে ধৰা পৰে 🙏🏻

নৱ গঠিত বিৰশিং জৰুৱা ২০২৬ চনত বিধানসভা সমষ্টিৰ AIUDF দলৰ আশাবাদী প্ৰাৰ্থী HARMUZ ALI (SHAJU) তেওঁৰ ঘৰ বিলাসীপাৰা।তেওঁ সদ...
11/10/2025

নৱ গঠিত বিৰশিং জৰুৱা ২০২৬ চনত বিধানসভা সমষ্টিৰ AIUDF দলৰ আশাবাদী প্ৰাৰ্থী HARMUZ ALI (SHAJU) তেওঁৰ ঘৰ বিলাসীপাৰা।
তেওঁ সদায় ৰাইজৰ সুখ-দুখৰবাগী হয়। আপোনালোকৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিছে।

Address

Bilasipara
783348

Telephone

+919954124431

Website

Alerts

Be the first to know and let us send you an email when News Axom Ne posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Axom Ne:

Share