Give To Life Foundation

Give To Life Foundation Unlock the doors, enjoy the breeze, take your time and enjoy the space

.      ゚
03/09/2026

.










INDEPENDENCE DAY NATIONAL LEVEL FOOTBALL TOURNAMENT 2026❤️BARKANDA❤️✨FIXTURE✨
30/08/2026

INDEPENDENCE DAY NATIONAL LEVEL FOOTBALL TOURNAMENT 2026
❤️BARKANDA❤️

✨FIXTURE✨












22/08/2026

Grand opening at 6th September/2026

Season ticket available..

Ph- 8822476878

This time flood lights will also available...

অহা ৬ ছেপ্টেম্বৰ গ্ৰাণ্ড অপেনিং।

স্থান - বৰকান্দা খেলপথাৰ।

ফ্লাড লাইটতো খেল অনুষ্ঠিত হ'ব।

ডিছকাউণ্টৰ ছিজন টিকট লাগিলে যোগাযোগ কৰিব।

ফোন - 8822476878









ভিআইপি ছিজন টিকট মাত্ৰ ৩০০ টা। লাগিলে সোনকালে যোগাযোগ কৰিব 🙏  স্থান - বৰকান্দা খেলপথাৰ
19/08/2026

ভিআইপি ছিজন টিকট মাত্ৰ ৩০০ টা। লাগিলে সোনকালে যোগাযোগ কৰিব 🙏
স্থান - বৰকান্দা খেলপথাৰ










19/08/2026

বৰকান্দা নেশ্যনেল লেভেল ফুটবল টুর্ণামেণ্টৰ ছিজন টিকট ডিছকাউণ্টত পাব।

লাগিলে যোগাযোগ কৰিব।











15/08/2026

স্বাধীনতা দিৱস উপলক্ষে " Give to Life " ফাউণ্ডেশ্যনৰ উদ্যোগত নয়াহাট পঞ্চায়ত আৰু বৰকান্দা পঞ্চায়তৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। নয়াহাট ২-১ গ'লত জয়ী হয়।

লগতে অহা ৬ ছেপ্টেম্বৰৰ পৰা বৰকান্দা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া নেশ্বনেল লেভেল স্বাধীনতা কাপ টুৰ্ণামেণ্টত সকলোকে আমন্ত্ৰণ জনালোঁ।















15/08/2026

Freedom is our legacy; unity is our strength.🇮🇳❤️

Address

Barkanda
Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when Give To Life Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share