Mr Sofiqul 0.2

Mr Sofiqul 0.2 I LOVE MY INDIA

24/08/2026

অহংকাৰ নকৰিবা…
আমাৰো দিন আহিব।
সময় সদায় একে নাথাকে—
আজি তোমাৰ, কাইলৈ আমাৰ। 🔥

22/08/2026

দালাল মুক্ত কথা কোৱা মানুহজন আছিল কোন ? মই জনামতে বাহিৰ ছুৱাপাতা গাঁও পঞ্চায়তৰ বৰ্তমান সভানেত্ৰী মোখলেছাৰ স্বামী নাজিৰ হুছেইনে, দালাল মুক্ত কথা কৈছিল। এতিয়া কি চলি আছে ডাঙৰীয়া ? দূৰ্নীতিৰ বিৰুদ্ধে কনোভাই অভিযোগ কৰিব নোৱাৰিব নেকি ডাঙৰীয়া ?

20/08/2026

প্ৰিয় সতীৰ্থ সকল,
আজি আবেলি 5 বজাত নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু বাহিৰ ছুৱাপাতা মণ্ডল কংগ্ৰেছ কমিটীৰ সহযোগত দৈখোৱা বজাৰ প্ৰাঙ্গণত অসম বিধানসভাৰ সন্মানীয় বিৰোধী দলপতি শ্ৰীযুত ওৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হল

প্ৰিয় সতীৰ্থ সকল,অহা কাইলৈ আবেলি ৪-০০ বজাত নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু বাহিৰ ছুৱাপাতা মণ্ডল কংগ্ৰেছ কমিটীৰ সহ...
19/08/2026

প্ৰিয় সতীৰ্থ সকল,
অহা কাইলৈ আবেলি ৪-০০ বজাত নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু বাহিৰ ছুৱাপাতা মণ্ডল কংগ্ৰেছ কমিটীৰ সহযোগত দৈখোৱা বজাৰ প্ৰাঙ্গণত অসম বিধানসভাৰ সন্মানীয় বিৰোধী দলপতি শ্ৰীযুত ওৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ'ব। তদুপলক্ষে নায়েৰ আলগা ব্লক কংগ্ৰেছৰ অন্তৰ্গত সকলো পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী তথা সন্মানীয় ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদেৰে ---
ছফিকুল ইছলাম
সভাপতি
নায়েৰ আলগা ব্লক কংগ্ৰেছ কমিটী।

ভাৰত
15/08/2026

ভাৰত

🌏🌎🧭
12/08/2026

🌏🌎🧭

Good Night all 💐
07/08/2026

Good Night all 💐

Good Night Everyone
05/08/2026

Good Night Everyone

04/08/2026

📢 জৰুৰী জাননী — লোকপিয়ল ২০২৭
আমাৰ বাহিৰ ছুৱাপাতা গাঁও পঞ্চায়ত এলেকাত লোকপিয়ল ২০২৭ৰ বাবে Survey/House-listing (ঘৰ-গণনা)ৰ দায়িত্ব কাক কাক দিয়া হৈছে, সেই বিষয়ে ৰাইজক অৱগত কৰিবলৈ অনুৰোধ জনালোঁ।
👉 যিসকল Enumerator (গণনাকাৰী) আৰু Supervisor হিচাপে দায়িত্ব লাভ কৰিছে, তেওঁলোকৰ নামৰ তালিকা বা চৰকাৰী নিযুক্তি আদেশখন যদি কাৰোবাৰ হাতত আছে, অনুগ্ৰহ কৰি ৰাজহুৱা কৰক।
স্বচ্ছতা আৰু সঠিক তথ্যৰ স্বাৰ্থত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিষয়টো স্পষ্ট কৰি দিয়াৰ বাবে অনুৰোধ জনালোঁ।
📍 বাহিৰ ছুৱাপাতা গাঁও পঞ্চায়ত
📍 নায়েৰ আলগা উন্নয়ন খণ্ড, ধুবুৰী
#লোকপিয়ল2027 #বাহিৰছুৱাপাতা #ধুবুৰী #স্বচ্ছতা

Address

Bahir Suapata GP
Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when Mr Sofiqul 0.2 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share