Free Heart

Free Heart নতুন এবং ভিন্ন দৃষ্টির অনুসন্ধানের খোজে! মুক্ত হৃদয় (Free Heart)
🤝 I'm always grateful to Adv Dilder Hussain Nagari for my social media life.
(1)

জুবিন দা লৈ ❤️জয় জুবিনদা✊
27/10/2025

জুবিন দা লৈ ❤️
জয় জুবিনদা✊

গুৱাহাটীৰ অলিয়ে-গলিয়ে জিলিকিছে জুবিনদা "ৰৈ ৰৈ বিনালে" ❤️জয় জুবিনদা✊
27/10/2025

গুৱাহাটীৰ অলিয়ে-গলিয়ে জিলিকিছে জুবিনদা "ৰৈ ৰৈ বিনালে" ❤️
জয় জুবিনদা✊

26/10/2025

জুবিন দাৰ ন্যায়ৰ দাবীত জয়ন্ত মল্ল বৰুৱাই যি কলে📌

জয়ন্ত মল্ল বৰুৱা ভিডিওৰ কেপশ্বনত লিখিছে: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আশু ন্যায় প্ৰদানৰ দাবী জনাই ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰা ন্যায় যাত্রাত আগবঢ়োৱা মোৰ বক্তব্য...
📍 পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা।

26/10/2025

জুবিন ক্ষেত্ৰত কি হৈছিল শুনক।

26/10/2025

এতিয়াও আমাৰ মনত আছে_
দাদাই range rover কিনোঁতে troll কৰা মানুহবোৰ_
এতিয়াও মনত আছে, ১২০০০ কিতাপ পঢ়িছোঁ বুলি ক‌ওঁতে troll কৰা মানুহবোৰ_
এতিয়াও মনত আছে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ঘোষণা কৰোঁতে দাদাই কোৱা মন্তব্যৰ ওপৰত troll কৰা মানুহবোৰ_
মনত আছে এতিয়াও বহাগৰ মঞ্চত আনন্দতে কিবা এটা অপ্ৰাসংগিক কথা দাদাই ক'লে troll কৰা মানুহবোৰ_
মনত আছে দাদাই‌ গোৱা গীতক নাৰীক লৈ অশালীন কথা কোৱা বুলি
troll কৰা মানুহবোৰ_
মনত আছে দাদাক অনুকৰণ কৰিলে নৱপ্ৰজন্ম ধ্বংস হ'ব বুলি কোৱা মানুহবোৰ।
__ সকলোকে মনত আছে।‌গতিকে এতিয়া দাদাৰ অনুৰাগীৰ কিমান শতাংশ fake আমাৰো জনা আছে।

ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে।

দীঘলী পুখুৰী গছ কটাৰ সন্দৰ্ভত ৰবি শৰ্মা দাদাই এই কেইটা ফটো ফেচবুকত নিজৰে এটা Video পোষ্টত Comment কৰি আপলোড কৰিছে📌      ...
25/10/2025

দীঘলী পুখুৰী গছ কটাৰ সন্দৰ্ভত ৰবি শৰ্মা দাদাই এই কেইটা ফটো ফেচবুকত নিজৰে এটা Video পোষ্টত Comment কৰি আপলোড কৰিছে📌

25/10/2025

বিদেশতো জুবিন দাৰ ৰৈ ৰৈ বিনালে দপ-দপাইছে ❤️

25/10/2025

Unlimited Ultra Pro Max Plus Logic📌

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ। জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা ১০ বজাৰ পৰিৱৰ্তে ১২বজালৈ বৃদ্ধি...
25/10/2025

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ। জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা ১০ বজাৰ পৰিৱৰ্তে ১২বজালৈ বৃদ্ধি কৰাৰ বাবে জনালে আহ্বান...

25/10/2025

SOP লৈ ৰাইজৰ মন্তব্য বোৰ শুনক 📌

25/10/2025

মুখ্যমন্ত্ৰী আৰু জুবিন দাৰ কথাৰ মাজত বহুত অমিল বোলে, ৰাইজে কৈ এই Video টো শ্বেয়াৰ কৰি আছে📌

জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিৰ টিকট ঘন্টাত 7500 জনে Book my Show ৰ জড়িয়তে Ticket 🎟️ Book কৰি আছে।‌ মাত্ৰ এটা App ত 7500 জ...
24/10/2025

জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিৰ টিকট ঘন্টাত 7500 জনে Book my Show ৰ জড়িয়তে Ticket 🎟️ Book কৰি আছে।‌ মাত্ৰ এটা App ত 7500 জনে ঘন্টাত Book কৰি আছে ৰৈ ৰৈ বিনালে চাবলৈ।

📌 জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখনে অসমৰ চিনেমাৰ ইতিহাস সলনি কৰিব গৈ আছে।‌

জয় জুবিনদা
#ৰৈ_ৰৈ_বিনালে

Address

Bilasipara

Alerts

Be the first to know and let us send you an email when Free Heart posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Free Heart:

Share