Local News Biswanath

Local News Biswanath ৰাইজৰ স্বাৰ্থ আগত:যি কোনো সত্য বাতৰিৰ বাবে আমি সদায় প্ৰস্ত্তত।

17/09/2026
17/09/2026

* বিশেষ অফাৰ! বিশেষ অফাৰ!

*বিশ্বনাথৰ বাঘমাৰিৰ JP Energy তথা NAYARA পেট্ৰল পাম্পত আকৰ্ষণীয় অফাৰ!*

*তেল ভৰাওক আৰু অফাৰ লৈ যাওক!*

*স্থানঃ JP Energy (NAYARA Petrol Pump), বাঘমাৰি, বিশ্বনাথ*
⏰ *অফাৰ সীমিত সময়ৰ বাবে!*

তেন্তে পলম কিয়? আজিয়েই আহক!

17/09/2026

বিশ্বনাথ ঘাটৰ নতুন গাঁৱত ঢেকীয়াপতীয়া বাঘৰ পোৱালীৰ বিচৰণ, আতংকিত ৰাইজ

বিশ্বনাথ ঘাটৰ নতুন গাঁৱত এটা ঢেকীয়াপতীয়া বাঘৰ পোৱালীৰ বিচৰণক কেন্দ্ৰ কৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, গাঁওখনৰ টিপু দাসৰ ঘৰৰ পিছফালে এখন নেটত ভৰি সোমাই বাঘটো আৱদ্ধ হৈ আছে। পুৱাই ঘৰৰ পিছফালে বাঘটো দেখি স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগে।

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বিশ্বনাথ ঘাট আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈছে। বন বিভাগৰ দলে বাঘটো সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বৰ্তমানলৈকে অঞ্চলটোত বন বিভাগৰ অভিযান অব্যাহত আছে।

16/09/2026

#খালি হাত, লগত এখন দোতাৰা আৰু এখন পুৰণি পাতি চাইকেল...

#সোণাপুৰলৈ বুলি ৩ দিন ধৰি পেডেল মাৰি গৈ আছে এজন জুবিন অনুৰাগী!

15/09/2026

বিশ্বনাথৰ 10 বছৰীয়া কণমানিক 50 হাজাৰত বিক্ৰী!
উদ্ধাৰৰ পিছত পঢ়াৰ দায়িত্ব ল'লে বিধায়কে

15/09/2026

পিতৃহাৰা, এখন হাত নাই, ঘৰো নাই... এতিয়া দুৰ্ঘটনাত সজ্জাগত ৰেখা,সহায় বিচাৰি কাতৰ আহবান।

পাৰিলে ভিডিঅটো Share কৰি দিব।

Breakingবিশ্বনাথত শোকৰ ছাঁ।বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী তথা ক্ষুদ্ৰ চাহ খেতিয়ক শ্ৰী নিৰঞ্জন মেধি (দাদুল)ৰ মৃ*ত দ...
15/09/2026

Breaking

বিশ্বনাথত শোকৰ ছাঁ।
বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী তথা ক্ষুদ্ৰ চাহ খেতিয়ক শ্ৰী নিৰঞ্জন মেধি (দাদুল)ৰ মৃ*ত দেহ উদ্ধাৰ।ঘৰৰ পিছফালে থকা পথাৰত উদ্ধাৰ কৰে মৃ*তদেহটি।যোৱা কালিৰ পৰা সন্ধানহীন আছিল নিৰঞ্জন মেধি।ইতিমধ্যে আৰক্ষী উপস্হিত হৈ মৃ*তদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু তদন্ত অব্যাহত ৰাখিছে।
নিৰঞ্জন মেধিৰ আকস্মিক মৃ*ত্যুৰ বাতৰি পৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

15/09/2026

গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত বিশ্বনাথত ১৩ সংখ্যক তীজ উৎসৱ পালন ।

15/09/2026

#বিশ্বনাথত জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠান ,ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা সহ চাৰিখন গ্ৰন্থ উন্মোচন।

 #জৰুৰী বাতৰি   কৰক 🙏বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী সন্ধানহীন!বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী তথা ক্ষুদ্ৰ চাহ খ...
14/09/2026

#জৰুৰী বাতৰি কৰক 🙏

বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী সন্ধানহীন!

বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী তথা ক্ষুদ্ৰ চাহ খেতিয়ক শ্ৰী নিৰঞ্জন মেধি (দাদুল)আজি পুৱাৰে পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, তেওঁ আজি পুৱা ৬ বজাত ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু বৰ্তমানলৈকে ঘৰলৈ উভতি অহা নাই। বহু বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই, যাৰ বাবে পৰিয়ালৰ লোক গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে।

কোনো সদাশয় ব্যক্তিয়ে তেখেতক ক'ৰবাত দেখা পালে বা কোনো খবৰ পালে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

📞 যোগাযোগ: 7002239123

অনুগ্ৰহ কৰি পোষ্টটো Share কৰি তেখেতক বিচাৰি উলিওৱাত সহায় কৰক।

Address

Biswanath Chariali
Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Local News Biswanath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share