Innovative Media

Innovative Media Welcome to official page of Innovative Media

14/04/2021
30/11/2020

শুভমুক্তি পালে কন্ঠশিল্পী বসন্ত শৰ্মাৰ এটি সুন্দৰ গীত "ইচ্ছা আছিল " ৷
কথা= প্ৰভাত চৌধুৰী ৷
সুৰ=বসন্ত শৰ্মা আৰু অভি শৰ্মা ৷
সংগীত= অভিনৱ বৰা ৷
গীতটি ভাল পালে #লাইক #শ্বেয়াৰ আৰু #কমেন্ট কৰি আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত জনাব ৷

আজি মহা সপ্তমী... দেৱীৰ বেদীত প্ৰতিষ্ঠাৰে শাৰদীয় দুৰ্গোৎসৱৰ শুভ আৰম্ভণি... দুৰ্গতিনাশিনীয়ে সকলোৰে মংগল কৰক 🙏
23/10/2020

আজি মহা সপ্তমী... দেৱীৰ বেদীত প্ৰতিষ্ঠাৰে শাৰদীয় দুৰ্গোৎসৱৰ শুভ আৰম্ভণি... দুৰ্গতিনাশিনীয়ে সকলোৰে মংগল কৰক 🙏

11/10/2020

#দীপালী_বৰঠাকুৰ_এটি_জনপ্ৰিয়_গীত_জোনধনে জোনালীতে উদীয়মান কণ্ঠশিল্পী #তেজস্বীতা_বৰুৱা কণ্ঠত
শুনো আহক ভাল লাগিলে শ্বেয়াৰ কৰি দিব
https://youtu.be/sw0UKN1T8NE

JUNAK NIXA - জোনাক নিশা ফেচবুক পেজৰ উদ্যোগত আয়োজিত  প্ৰথম বাৰ্ষিক সদৌ অসম একক ফটো প্ৰতিযোগিতাৰ বিজয়ী তিনিগৰাকী প্ৰতিযোগী...
04/10/2020

JUNAK NIXA - জোনাক নিশা ফেচবুক পেজৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক সদৌ অসম একক ফটো প্ৰতিযোগিতাৰ বিজয়ী তিনিগৰাকী প্ৰতিযোগী ক্ৰমে-------

প্ৰথম= প্ৰীতিস্মিতা দাস ৷
প্ৰাপ্ত নম্বৰ = 2,621

দ্বিতীয়= ইন্দ্ৰজিত ব্ৰহ্ম ৷
প্ৰাপ্ত নম্বৰ = 2,069

তৃতীয়= কস্তৰী ভৰদ্বাজ ৷
প্ৰাপ্ত নম্বৰ = 1,941

03/10/2020

এটি বিশেষ ঘোষণা :----

আজি নিশা ১২ বজাৰ লগে লগেই ফটো প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ Voting ৰ সময়সীমা সমাপ্ত হ'ব ৷ নিৰ্ধাৰিত সময়ৰ পিছত কোনো লোকে প্ৰতিযোগীৰ ফটোত Like,Comment আৰু Share কৰিলে সেইখিনি নম্বৰ প্ৰতিযোগিতাৰ বাবে গণনা কৰা নহ’ব ৷গতিকে সকলোকে নিশা ১২ বজাৰ আগতেই প্ৰতিযোগীসকলক তেওঁলোকৰ Vote সমূহ দিবলৈ অনুৰোধ জনালোঁ ৷
~ধন্যবাদেৰে
এডমিন
জোনাক নিশা

03/10/2020

নলবাৰীৰ চামতাৰ পৰা ৰিম্পী বৰ্মনে আমালৈ এটি সুন্দৰ গীতৰ ভিডিঅ’ প্ৰেৰণ কৰিছে ৷
ভাল লাগিলে কৰি দিব ...
আৰু লগতে গীতটি শুনি আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাওক ৷

আজি ১৫১ তম্  #গান্ধী_জয়ন্তী ৷  #জাতিৰ_পিতা_মহাত্মা_গান্ধীৰ_জন্ম_দিৱস ৷৷
02/10/2020

আজি ১৫১ তম্ #গান্ধী_জয়ন্তী ৷
#জাতিৰ_পিতা_মহাত্মা_গান্ধীৰ_জন্ম_দিৱস ৷৷

Address

Parbati Prasad Baruah Road
Biswanath Chariali
784176

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+917086771198

Website

Alerts

Be the first to know and let us send you an email when Innovative Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share