Today Behali

Today Behali Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Today Behali, Media/News Company, Bedeti Rangchali Road, Biswanath Chariali.

05/09/2025

গুড মৰ্ণিং বিহালী।।
প্ৰতিগৰাকী শিক্ষাগুৰুলৈ ''শিক্ষক দিৱস''-ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।।
Happy Teacher's Day ❤️🙏

03/09/2025

গুড মৰ্ণিং বিহালী

31/08/2025

📌 বিহালীত কেঁচা চাহ পাতৰ মূল্য নিম্নগামী হোৱাত,কেঁচা চাহ পাতৰ মূল্য বৃদ্ধি নকৰা পৰ্যন্ত কেঁচা চাহ পাত চিঙা বন্ধ ৰখাৰ আহ্বান ''বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্হাৰ''।।

🛑 বিহালীত ৰে'লৰ খুন্দাত বনকৰ্মীৰ মৃত্যু।।🛑 বনকৰ্মীজনৰ নাম ব্ৰজেন নাৰায়ণ ভাগৱতী বুলি জানিব পৰা গৈছে।।🛑 বনকৰ্মীজন বিহালীৰ...
31/08/2025

🛑 বিহালীত ৰে'লৰ খুন্দাত বনকৰ্মীৰ মৃত্যু।।
🛑 বনকৰ্মীজনৰ নাম ব্ৰজেন নাৰায়ণ ভাগৱতী বুলি জানিব পৰা গৈছে।।
🛑 বনকৰ্মীজন বিহালীৰ বৰগাঙৰ বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত আছিল।।
🛑মৃত বনকৰ্মীজনৰ ঘৰ দৰং জিলাৰ বুলি জানিব পৰা গৈছে।।

📌 বিহালীৰ বিভিন্ন প্ৰান্তত বিহালীৰ যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দাসৰ জনসম্পৰ্ক অব্যাহত।।
31/08/2025

📌 বিহালীৰ বিভিন্ন প্ৰান্তত বিহালীৰ যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দাসৰ জনসম্পৰ্ক অব্যাহত।।

30/08/2025

🛑 বিহালী স্নাতক মহাবিদ্যালয়ৰ মাৰপিটৰ ঘটনাক লৈ বৰ্তমানেও প্ৰতিক্ৰিয়া অব্যাহত আছে।।

🔴 গুন্দাৰূপী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পুলিন বৰাক গ্ৰেপ্তাৰ দাবী ছাত্ৰ সমাজৰ।।

29/08/2025

🔴 বিহালীত কেঁচা চাহ পাতৰ নিম্নগামী দৰক লৈ ৰূদ্ৰ ৰূপ ধাৰণ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ।।

(কি ক'লে শুনো আহকচোন খেতিয়কজনে)

29/08/2025

🛑 বিহালী স্নাতক মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পুণিল বৰায়ে অধ্যয়নত ছাত্ৰৰ ওপৰত গুন্দাগিৰি চলোৱাৰ অভিযোগ।।
পুনিল বৰায়ে ছাত্ৰ কুশল দাসক চাৰ্ট ফালি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাত ছাত্ৰজন আহত হয়।।
ব্যৱস্থা গ্ৰহণৰ দাবী।।

27/08/2025

কেঁচা চাহ পাতৰ দাম বৃদ্ধি কৰক।।
ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থা।।

21/08/2025

এইবাৰ বিহালীৰ নিজ বাঘমাৰীত চলিব উচ্ছেদ অভিযান।।
বেদখলকাৰীলৈ জাননী প্ৰদান বিশ্বনাথ প্ৰশাসনৰ।।

বিহালীৰ ৰাংছালী আদৰ্শ গাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ দিনজয় বৰ নামঘৰৰ ন শৰণীয়াৰ উদ্যোগত ''প্ৰথম বাৰ্ষিক'' ভাগৱত পাঠ ও ব্য...
20/08/2025

বিহালীৰ ৰাংছালী আদৰ্শ গাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ দিনজয় বৰ নামঘৰৰ ন শৰণীয়াৰ উদ্যোগত ''প্ৰথম বাৰ্ষিক'' ভাগৱত পাঠ ও ব্যাখ্যানুষ্ঠান।।

(স্হান-ৰাংছালী দিনজয় বৰ নামঘৰ,২২ আগষ্ট ২০২৫)

18/08/2025

🛑 বিহালীৰ বুৰৈগুৰীত এজাক বতাহ-ধুমুহাত বিস্তৰ ক্ষয়-ক্ষতি,কৃষক ৰাইজৰ হাহাকাৰ অৱস্থা।

👉ভিডিঅ'টোৰ জড়িয়তে চাওঁ আহচোন সবিশেষ👈

Address

Bedeti Rangchali Road
Biswanath Chariali

Telephone

+918135955349

Website

Alerts

Be the first to know and let us send you an email when Today Behali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Today Behali:

Share