বিহালী বাৰ্তা

বিহালী বাৰ্তা শুদ্ধ সংবাদ পৰিৱেশনৰ দায়বদ্ধতা আৰু মনোৰঞ্জন প্ৰদানৰ উদ্দেশ্যে এই পেজটি খোলা হৈছে......

25/05/2025

বিহালীৰ কল্যাণ আশ্ৰমত অবিভক্ত শোণিতপুৰ জিলা গঞ্জু সমাজৰ উদ্যোগত কৃৰ্তী শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান......

11/05/2025

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ বিহালী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী চিৰাজ হাজৰিকা ৪৮ টা ভোটত বিজয়ী, প্ৰাৰ্থী গৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰে এইদৰে........

11/05/2025

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ আজি ভোট গণনা অন্যান্য প্ৰান্তৰ লগতে প্ৰথমবাৰলৈ আৰম্ভ হৈছে বিহালী সমজিলাত......

09/05/2025

বিহালী অভয়াৰণ্যৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ডিকালত নিশা মাৰনাস্ত্ৰসহ এজন চোৰাংকাৰী আটক.....

বিহালী অভয়াৰণ্যত যোৱা নিশা বন্দুকসহ এজন অৰুণাচলী চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয় ডিকাল কেম্পৰ এটা তলহদাৰী দলে । বিহালী অভয়াৰণ্যত কালি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ দিকাল বীটৰ ওচৰত বন বিভাগৰ লোকে টু নট টু বন্দুক আৰু ২ জাই গুলীসহ নাবাম নাগে নামৰ এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, বন বিভাগৰ নিয়মীয়া তালাচীৰ সময়ত চোৰাং চিকাৰীৰ সম্ভেদ পাই দলটোৱে কৌশলেৰে চিকাৰী জনক ৰবলৈ নিৰ্দেশ দিয়ে যদিও চিকাৰীজনে গুলী চলাবলৈ উদ্যত হয় আৰু পলাবলৈ চেষ্টা কৰে যদিও বন বিভাগে আটক কৰি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে । চিকাৰী জনে এটা বন গাহৰী হত্যা কৰি কান্ধত লৈ আনিছিল । আজি মৃত বনগাহৰীটো বিহমাৰী পশু চিকিৎসালয়ৰ চিকিৎসকে মৰোণত্তৰ পৰীক্ষা কৰে । পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বিষয়াৰ উপস্থিতিত চোৰাং চিকাৰী গৰাকীক বিশ্বনাথ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে ।

30/04/2025

বিহালী সমষ্টিৰ বৰগাং গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা উচ্চ শিক্ষিত যুৱক মৃনাল অধিকাৰীৰ ব্যাপক প্ৰচাৰ........

08/01/2025
07/01/2025

বিহালীৰ কুঁহিয়াৰবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তেলৰ টেংকাৰত সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ........

fans অম্লান কাশ্যপ Himanta Biswa Sarma Assam Police Biswanath Police Biswanath District Administration

04/01/2025

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাংস্থিত জ্ঞানম একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন, দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন.........

অম্লান কাশ্যপ fans

22/12/2024

বিহালী সমষ্টিৰ বৰগাংত চি.পি.আই (এম-এল) দলৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী.......
অম্লান কাশ্যপ Ananta Hazarika fans

Address

BEHALI
Biswanath Chariali
BEHALI

Telephone

+93657988859

Website

Alerts

Be the first to know and let us send you an email when বিহালী বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share