Biswanath sangbad

Biswanath sangbad শুদ্ধ খবৰৰ সমাহাৰ

14/10/2025

বিশ্বনাথত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ।

11/10/2025

বিশ্বনাথৰ সাধাৰুৰ লক্ষ্মীপূজাৰ মেলাত পুৱতী নিশা যুৱকক চুৰিকাঘাট কৰি হত্যা ।

06/10/2025

অসমৰ সৰ্ববৃহৎ ৰাস মহোৎসৱ বিশ্বনাথ ৰাস মহোৎসৱৰ আজি লাই খুটা স্থাপন । জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰাস সমিতিয়ে উপস্থিত সকলোকে একোটাকৈ গছ পুলি প্ৰদান কৰে ।

29/09/2025

ব্যতিক্ৰম ভাৱে জুবিনৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে বন্ধু মানস ভাগৱতীয়ে ৷ গছক ভাল পোৱা জুবিনৰ আদ্যশ্ৰাদ্ধত দহ হাজাৰ গছ পুলি ৰাইজক বিতৰণ কৰিব মানস ভাগৱতীয়ে ।

26/09/2025

জুবিন গাৰ্গলৈ ৫২ গছি বন্তি প্ৰজ্বলনৰে আসাম প্ৰেছ কৰেছপণ্ডেত অৱ ইউনিয়নৰ(আপকু) ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷

21/09/2025

প্রিয় শিল্পী গৰাকীক শেষ বাৰৰ বাবে এবাৰ চাবলৈ হাজাৰ হাজাৰ মানুহৰে ভৰি পৰিল গুৱাহাটীৰ ৰাজপথ ।

অন্তিম শয়নত সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ।
21/09/2025

অন্তিম শয়নত সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ।

20/09/2025

বিশ্বনাথত নিৰ্মান হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘোষণা । বিশ্বনাথৰ ৰে'ল গেটত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । বহু লোকৰ সমাগম, বিধায়ক প্ৰমোদ বৰঠাকুৰেও জনালে শ্ৰদ্ধাঞ্জলি ।

20/09/2025

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিশ্বনাথৰ মেজিক আৰু ই ৰিস্কা সন্থাৰ বিশ্বনাথ চহৰত বৃহৎ সমদল । "জয় জুবিন দা" ধ্বনিৰে মুখৰিত কৰিলে বিশ্বনাথ ।

19/09/2025

জুবিন গাৰ্গৰ মৃত্যুত শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিশ্বনাথ আছুৰ বিশাল সমদল ।

08/09/2025

বিশ্বনাথৰ নৱপুৰত এটি নিৰ্মীয়মান ঘৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎষ্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় ছফিকুল ইছলাম নামৰ এজন যুৱকে ।

04/09/2025

বিভিন্ন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰসন্থাৰ ১১ঘণ্টীয়া অনশন৷

Address

Biswanth Chariali
Biswanath Chariali
784176

Telephone

+919706617667

Website

Alerts

Be the first to know and let us send you an email when Biswanath sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biswanath sangbad:

Share