Assam news

Assam news This is the official page of ASSAM NEWS.

03/12/2021

HOT OFFERHSP RC Car 1:10 Scale Two Speed Off Road Monster Truck Nitro Gas Power 4wd Remote Control Car High Speed Hobby Racing RC Vehicle

21/05/2021

বিশ্বনাথ জিলা NEMSU আৰু লগতে দক্ষিণ চতিয়া আঞ্চলিক সমিতি আৰু কুমলীয়া আঞ্চলিক সমিতিয়ে,, বিশ্বনাথ ঘাটৰ পৰা পানপুৰলৈ ব্ৰহ্মপুত্ৰ নদীৰ যি গড়াখহনীয়া আৰম্ভ হৈছে, সেই দৃশ্যটো পৰিদৰ্শন কৰি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু অসমৰ জলসিঞ্চন মন্ত্ৰী শ্ৰীযুত পিযুষ হাজৰিকাক অতি সোনকালে এই গড়াখহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছো।

11/10/2020

বিশ্বনাথ জিলাৰ 2 নং চতিয়া গাঁও পঞ্চায়তৰ কটৰআটি to ভোজমাৰি সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যক লৈ (নেমছু)দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ প্ৰতিক্ৰিয়া ?

01/10/2020

উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থা(নেমছু) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ৩ ঘন্টী‌য়া অৱস্থান ধৰ্মঘট কাৰ্য‍্যসূচী ৰূপায়ন কৰি । চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধৰ ঘোষণা কৰা আৰু বিশ্বনাথ জিলাৰ মাইমলৰ্চ আৰু জোলহাসকলক OBC প্ৰমাণ পত্ৰ দিয়া বন্ধ কৰাৰ প্ৰতিবাদ ।
#বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালযৰ সম্মুখত ।

15/07/2020

ৰাস্তা বনুৱাৰ নামত লুটিছে লাখ লাখ টকা।

14/07/2020

বিশ্বনাথ জিলাৰ তেৱাৰীপালত বাঢ়নী পানীৰ ফলত ছিঙিব ধৰিছে মাথাউৰি।

অন্য ধৰ্মৰ বিৰুদ্ধে ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ হল আকাশ ঠাকুৰ।নেমছু বিশ্বনাথ জিলা সমিতি আৰু গহপুৰ মহক...
26/06/2020

অন্য ধৰ্মৰ বিৰুদ্ধে ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ হল আকাশ ঠাকুৰ।
নেমছু বিশ্বনাথ জিলা সমিতি আৰু গহপুৰ মহকুমা সমিতিৰ সুকীয়া সুকীয়াকৈ বিশ্বনাথ সদৰ থানা আৰু গহপুৰ আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ।সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

19/06/2020

দেশৰ বাবে আত্ম বলিদান দিয়া ভাৰতৰ বীৰ শ্বহীদ জোৱানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

17/06/2020

চতিয়াৰ পূৱ কটৰআটী গাঁৱৰ অংগনবাদী কেন্দ্ৰত দুৰ্নীতি ::: শিশু - গৰ্ভৱতী মহিলাৰ খাদ্য সামগ্ৰীলৈ দুৰ্নীতি :::

চতিয়া শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত পূৱ কটৰআটী অংগনবাদী কেন্দ্ৰত দীৰ্ঘদিন ধৰি চলি আহিছে দুৰ্নীতি। উপযুক্ত পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত শিশু - গৰ্ভৱতী মহিলা । দুৰ্নীতিৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ।

চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ অধীনস্ত পূৱ কটৰআটী অংগনবাদী কেন্দ্ৰটোত বিগত এটা বছৰ ধৰি ব্যাপক দুৰ্নীতি কৰি আহিছে। শিশু - গৰ্ভৱতী মহিলাক যোগান ধৰা পুষ্টিকৰ খাদ্য বিতৰণ নকৰি আত্মসাত কৰাৰ অভিযোগ ৰাইজৰ। অংগনবাদী কেন্দ্ৰত অহা খাদ্য সামগ্ৰী আৰু অন্যান্য বিষয়ত ৰাইজক অৱগত নকৰি নিজৰ ইচ্ছামতে চলাই যোৱাত গাঁৱৰ ৰাইজে ক্ষুব্ধ হৈ পৰে আৰু দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়।কেন্দ্ৰৰ বাবে বিভাগে যোগান ধৰা খাদ্য সামগ্ৰীৰ নাম মাত্ৰ বিতৰণ কৰে বুলিও ৰাইজে অভিযোগ কৰে । পূৱ কটৰআটী অংগনবাদী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি আফাছ উদ্দিনে কেন্দ্ৰৰ ধন উলিয়াৱলৈ চহী কৰিৱ লগা হল টকা নিদিলে চহী নকৰে চেকত এই অভিযোগ কেন্দ্ৰৰ কৰ্মী গৰাকিৰ ইতিমধ্যে লকডাউনৰ আগে আগে ৬হেজাৰ টকা সভাপতিয়ে কৰ্মীৰ পৰা আদায় লৈছে।কেন্দ্ৰটোৰ কৰ্মী নাজিমা খাতুনে, প্ৰসুটিকালিন চুটি লোৱাত কাষৰে আন এটা কেন্দ্ৰৰ কৰ্মীক পূৱ কটৰআটী অংগনবাদী কেন্দ্ৰৰ দায়িত্ব দিছিল যদিওঁ তেখেতেওঁ লকডাউনৰ সময়ত কেন্দ্ৰটোৰ শিশু প্ৰসুটিলৈ অহা খাদ্যৰ ধন সঠিক ভাৱে বিতৰণ নকৰিলে বুলি অভিযোগ ৰাইজৰ।
কেন্দ্ৰটোৰ কৰ্মী গৰাকি পূৱ কটৰআটীৰ যদিও বিৱাহ সুত্ৰে বিশ্বনাথঘাটত থকাৰ বাৱে নিয়মীয়াকৈ কেন্দ্ৰলৈ অহা নাছিল।
কৰ্মী গৰাকিয়ে অভিযোগ কৰে যে কেন্দ্ৰৰ সভাপতিয়ে অংগনবাদী কেন্দ্ৰটোৰ মাটী দান সুত্ৰে দিছিল কিন্তু এতিয়া তেওঁ কৰ্মী গৰাকিৰ পৰা মাটিৰ মূল্য বিচাৰি মানসীক শাস্তী দি আহিছে । আনহাতে আফাছ উদ্দিন কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি হৱ পৰা যোগ্যতা নাই বিভাগীয় গাইড লাইন মতে কিন্তু একমাত্ৰ ধন ঘটাৰ স্বাৰ্থত জোৰজোলোম কৰি সভাপতি হৈ আছে আফাজ উদ্দিন। ৬মাহৰ চুটিৰ অন্তত পূনৰ এইগৰাকি কৰ্মীয়ে যোগদান কৰিৱ বিছাৰিছে।
এই অংগনবাদী কেন্দ্ৰত চলি থকা অনিয়ম তদন্ত কৰিৱলৈ দাৱী জনাইছে উত্তৰ পূৱাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ দক্ষীণ চতিয়া আঞ্চলিক সমিতি আৰু বিশ্বনাথ জিলা সমিতিয়ে।

16/06/2020

মৃত্যুৰ পূৰ্বে টিকটকত ভিডিঅ' কৰি যুৱতীৰ আত্মহত্যা, প্ৰেমৰ বাবে এগৰাকী যুৱতীয়ে জীৱনৰ চৰম পথ বাচি লৈছে।

Address

Biswanath Chariali

Alerts

Be the first to know and let us send you an email when Assam news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam news:

Shortcuts

Share