09/08/2026
🎯 SBI Clerk Recruitment 2026
ষ্টেট বেংক অৱ ইণ্ডিয়াত Junior Associate পদত মুঠ ১,৫৩৮টা খালী পদ।
🎓 যোগ্যতা: স্নাতক
🎂 বয়স: ২০–২৮ বছৰ
💰 আবেদন মাচুল: ₹৭৫০/-
📅 আবেদন আৰম্ভ: ৭ আগষ্ট ২০২৬
⏰ শেষ তাৰিখ: ২৭ আগষ্ট ২০২৬
👉 যোগ্য প্ৰাৰ্থীসকলে সময়মতে অনলাইন আবেদন কৰক। আবেদন কৰাৰ পূৰ্বে SBI-ৰ অফিচিয়েল বিজ্ঞপ্তি ভালদৰে পৰীক্ষা কৰক।