News 12 Assam North East

News 12 Assam North East A sensation, A revolution at your fingertip. NOW NO NEWS WILL REMAIN UNNOTICED.

NEWS12 ASSAM NORTHEAST
For Latest News / Breaking News and many more News Stories Join us through our Whatsapp link-
👇👇👇👇👇👇👇👇👇👇👇👇

https://chat.whatsapp.com/E3cmFIQd8TG3bqbQhHNWfw

13/07/2025

📌ৱাক্ফ ব'ৰ্ড সন্দৰ্ভত কি ক'লে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে
📌'মুছলমানক হত্যা কৰাৰ অভিসন্ধি কংগ্ৰেছৰ'
📌উচ্ছেদ সন্দৰ্ভত ডাঃ নোমল মমিনৰ প্ৰতিক্ৰিয়া
📌 'ওলাই পৰিছে কংগ্ৰেছৰ ৰাজনীতি'
📌'২৬ ৰ নিৰ্বাচনত এসেকনি পাব কংগ্ৰেছে'

13/07/2025

শেহতীয়া উচ্ছেদ সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া

13/07/2025

বিহালীৰ ৰাজনীতি পথাৰখনত বহু টিকট প্ৰত্যাশীৰ ভিৰ । '২৬ৰ বিধান সভাৰ নিৰ্বাচন মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে বিহালীৰ বিভিন্ন অঞ্চলত নিজকে পৰিচয় কৰিবলৈ উঠি পৰি লাগিছে স্থানীয় তথা বহু কেইটা আন সমষ্টিৰ টিকট প্ৰত্যাশীয়ে।

13/07/2025

নিৰ্বাচন আয়োগৰ পক্ষপাতমূলক আচৰণৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

12/07/2025

সমগ্ৰ দেশৰ লগতে ডিমাপুৰতো অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ ৰ'জগাৰ মেলা। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ উদ্যোগত ডিমাপুৰত অনুষ্ঠিত ৰ'জগাৰ মেলাত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু মুখ্য অতিথিৰূপে উপস্থিত থাকি ১০৭ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে।

12/07/2025

বোকাজানৰ খটখটীত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত এখন বিলাসী ফৰ্চুনাৰ বাহনত তালাচী চলাই ১১ টা পেকেটত ১০ কেজি ৯ গ্ৰাম কানি উদ্ধাৰ কৰাৰ লগতে পাঞ্জাৱৰ দলজিৎ সিং আৰু হৰজিৎ সিঙক আটক কৰে।

09/07/2025

অসম চাহ মজদুৰ সংঘৰ আহ্বানত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, ভূমিৰ অধিকাৰৰ স্বীকৃতি আদিৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ আহ্বানত এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৰছিলা আৰু লাদৈগড় প্ৰাথমিক শাখাৰ উদ্যোগত আয়োজিত এই ধৰ্ণা কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

08/07/2025

নিলীপ পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল যোগদান সভা। বিৰোধী দলৰ ৬০০ পৰিয়ালৰ বিজেপিত যোগদান। উপস্থিত থাকে ড০ তুলিৰাম ৰংহাং, ডাঃ নোমল মমিন, বিদ্যাছিং ইংলেং, দৰছিং ৰংহাংকে ধৰি কেইবা শতাধিক লোক।

07/07/2025

বোকাজানত বানপীড়িত লোকৰ কাষত ডাঃ নোমল মমিন। বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে অস্থায়ী শিবিৰসমূহত আশ্ৰয় লৈ থকা বানপীড়িত লোকসকলৰ অৱস্থাৰ বুজ লয় অসম বিধানসভাৰ উপাধ্যক্ষগৰাকী।

06/07/2025

হোজাইত ড্ৰাগছসহ এজনক আটক। নামনিমুৱা বি জি এক্সপ্ৰেছ ৰে'লখনত লামডিং ৰে'ল আৰক্ষীয়ে চলোৱা অভিযানত ৭ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত জব্দ নিষিদ্ধ ড্ৰাগছ। আটক ধুবুৰীৰ আব্দুল ৰুফ আহমেদ।

06/07/2025

ভগদত্ত উৰণ সেতু ২ৰ উদ্বোধন কৰি ৰাইজক সম্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

06/07/2025

বোকাজানতো বানৰ প্ৰভাৱ। বৃদ্ধি পাইছে ধনশিৰি নদীৰ জলপৃষ্ঠ। নিৰাপদ ঠাইলৈ যাত্ৰা বহু লোকৰ।

Address

Bokajan

Alerts

Be the first to know and let us send you an email when News 12 Assam North East posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News 12 Assam North East:

Share