Dipali Neog

Dipali Neog self dependent housewife ।
সকলো সময়তে পোৱাতকৈ দিয়াৰহে চেষ্টা কৰিব 🙏 মনত ৰাখিব দিয়াজনৰ হাত সদায় ওপৰতে থাকে 🙏🔱💝💐
(1)

06/08/2026

গাওঁ অঞ্চলত কিছুমান ওৱাদমেম্বাৰ আৰু গাওঁ বুঢ়া সকলৰ হৈছে কি? ৰাইজৰ বস্তৰে কি কৰিম বুলি ভাবিছে বাৰু। ইমান খক নে, ৰাইজৰ বিপদৰ সময়ত তহঁতৰ কুট নীতি চৰিত্ৰ দেখাই দিয় আৰু ন কিছুমানক হে কৈছোঁ দেই। পানী নুঠিলেও মানে ভাল পোৱা জনক হে দিবি ,পানী উঠিলেও বেয়া পোৱা জনক নিদিয়,,নাকি লাগিব ৰ তহঁতৰো। Akhil Gogoi Himanta Biswa Sarma ছাৰ এইবিলাকক নাকি লগাওক তন তনকৈ পৰ্যবেক্ষণ কৰক নহলে বদনাম চৰকাৰ 🙏

06/08/2026

জীৱ জন্তু বাবে দানা বনাই দিছে 🙏 বান সাহায্য দিবলৈ যোৱা সকলক কেতিয়াও ভৱিষ্যতে নাপাহৰিব 🙏

মোৰ মাজু দাই লগত ( বৰ দাই) বুলি কওঁ তুলসী কোঁৱৰ।চেকনি আগত বিদ্যা বুলি কয় সেই আছিল আমাৰ বৰ দাই, কিমান যে পঢ়া লগত চেকনি ...
06/08/2026

মোৰ মাজু দাই লগত ( বৰ দাই) বুলি কওঁ তুলসী কোঁৱৰ।চেকনি আগত বিদ্যা বুলি কয় সেই আছিল আমাৰ বৰ দাই, কিমান যে পঢ়া লগত চেকনি কুব দিয়ে 🙄😂 বিশেষকৈ অংকত পোৰা দিয়ে এখন ব'ৰ্ড আনি লৈ মুঠতে কৰিবই লাগিব 😆 পিছে মই বৰ পোৱা নাই মোৰ ডাঙৰ বাই বহুত চেপা পালে 🙄😂 মই আমোকৰ পৰা আহিছোঁ এই অংক কেইটা কৰি ৰাখিবি 😔😱 নকৰিলে তো শেষ 😂😂😂 একমাত্ৰ আমাৰ বৰ দাইয়ে শিক্ষা ক্ষেত্ৰত আগৰণুৱা আছিল সেই সময়ত 🙏 বহুত ভদ্ৰ আৰু অমায়িক হয় বৰ দাই। সময় লগে লগে পৰিস্থিতি সলনি হয়,সময়তকৈ ডাঙৰ একো নাই 🙏 ভালে থাকক সদায় 🙏❤️🥰

05/08/2026

বানপানী হোৱা পৰা একেবাৰে বজাৰ সমাৰ পৰা আঁতৰি আছিলোঁ। নিজৰ যত্ন ল'ব লাগিব , তেতিয়া হে আগবাঢ়িব পাৰিম 💪🤘🙏 Dipali Neog

05/08/2026

এইয়া মানৱতা,মানুহে মানুহৰ বাবে,, যদিহে অকণো নাভাৱে,,,,ভাবিৱ কোনেনো কোৱা 🙏💖 সকলোৱে মৰম আদৰ ধৰি ৰাখিছোঁ 🙏

তোমাৰ হাঁহিটোৰ তুমি নিজেই গৰাকী হোৱা , নহ'লে ইয়াত তোমাক কন্দোৱাব পৰা লোক বহুতে আছে 👍❤️❤️
05/08/2026

তোমাৰ হাঁহিটোৰ তুমি নিজেই গৰাকী হোৱা , নহ'লে ইয়াত তোমাক কন্দোৱাব পৰা লোক বহুতে আছে 👍❤️❤️

05/08/2026

অলপ নিজক সময় দিছোঁ 🙏 ৰিলেস্ক 🤲💖 কিমান দুখ কৰি থাকিম নো 😰 আকৌ পানী হৈছে 🙏

Address

BOKAJAN
Bokajan
782490

Website

Alerts

Be the first to know and let us send you an email when Dipali Neog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share