15/08/2025
Breaking, Bokajan.
বোকাজানত স্বাধীনতা দিৱসৰ দিনাই চুড়ান্ত অপমান গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক।
নিমন্ত্ৰণ জনাই প্ৰৱেশত বাধা এগৰাকী দণ্ডাধীক্ষ আৰু এগৰাকী আৰক্ষী বিষয়াৰ ।
বোকাজানত মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসত সংবাদ মাধ্যমক প্ৰৱেশত বাধা ।
সহকাৰী উপপৰিদৰ্শক মৃদুল বৰা আৰু দণ্ডাধীশ মিনাক্ষী বৰগোহাঁইৰ বাধা ৷
সংবাদ মাধ্যমৰ লোকক গতিয়াই দিবলেও উদ্যত হয় আৰক্ষী বিষয়া গৰাকী ।
বোকাজান সকলো সংবাদকৰ্মীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন ৷