KNN Bokakhat LIVE

KNN Bokakhat  LIVE (কাজিৰঙা নিউজ নেটৱৰ্ক) (KAZIRANGA NEWS NETWORK)
KNN BOKAKHAT LIVE,
প্ৰতিযোগিতা নহয়, সঁছা খবৰৰ সৈতে আপোনাৰ কাষত ।
আপোনাৰ সহাৰি আমাৰ সাহস।
(1)

19/10/2025

বিহৰা মুল বজাৰৰ চাৰিবাৰকৈ নিবিদা গ্ৰহণ কৰা পিছতো নিবিদা লাভ নকৰাত জাঙুৰ খাই উঠিছে একাংশ নিবিদাকাৰী।
বিহৰা মুল বজাৰৰ নিবিদা চাৰিবাৰকৈ হোৱাৰ পিছতো গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যলয়ৰ নিয়োজিত কৰ্মচাৰীয়ে মাহৰ পিছত মাহ বজাৰৰ মাছুল সংগ্ৰহ কৰাক লৈ আপত্তি একাংশ নিবিদাকাৰীৰ। মুল বজাৰখনৰ মাছুল সংগ্ৰহৰ যোগ্য নিবিদাকাৰীক কৰ্তৃত্ব প্ৰদান কৰিবলৈ দাবী জনালে নিবনুৱা নিবিদাকাৰীয়ে।


19/10/2025

#আমাক ন্যায় লাগে ৷
জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজলন ৷




Zubeen Garg

অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত উপ সভাপতি বোকাখাত কাজিৰঙাৰ অনিত গড়।
19/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত উপ সভাপতি বোকাখাত কাজিৰঙাৰ অনিত গড়।

19/10/2025

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বোকাখাত জিলা শাখাৰ উদ্যোগত সদৰ আঞ্চলিক শাখাৰ আতিথ্যত ৫৭৭ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আৰু জিলা শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহ Live streaming of KNN BOKAKHAT LIVE....

বোকাখাত আমটোঙাৰ কুসুম নাথৰ দেহাবসান ৷৷    ৭৬ বছৰ বয়সত শনিবাৰে মৃত্যু হোৱা কুসুম নাথে মৃত্যুৰ সময়ত এক বৃহৎ পৰিয়াল এৰিথৈ য...
19/10/2025

বোকাখাত আমটোঙাৰ কুসুম নাথৰ দেহাবসান ৷৷
৭৬ বছৰ বয়সত শনিবাৰে মৃত্যু হোৱা কুসুম নাথে মৃত্যুৰ সময়ত এক বৃহৎ পৰিয়াল এৰিথৈ যায় ৷৷

19/10/2025

যানবাহন আইন উলঙ্ঘন ৷ ৰঙামাটিৰ পথ দুৰ্ঘটনাত তিনিগৰাকী গুৰুতৰভাৱে আহত ৷


Address

Bokakhat NH 37, Road
Bokakhat
785612

Telephone

+917002481961

Website

Alerts

Be the first to know and let us send you an email when KNN Bokakhat LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KNN Bokakhat LIVE:

Share