AALAP

AALAP Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AALAP, Podcast, Kamargaon, Assam 785619, .

24/12/2024

✏️ পডকাষ্ট
✏️আলাপ
✏️ আজিৰ আলাপত কমাৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা স্বামীমা খানম জোনা ।
✏️ শিক্ষাবিদ গৰাকীয়ে ২০০৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ, ২০১০ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সহকাৰী অধ্যাপিকা স্বামীমা খানম জোনা ।
✏️ কি পৰামৰ্শ দিলে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সকলক

✏️ আহক এই গৰাকী কমাৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা স্বামীমা খানম জোনাৰ সৈতে আজি আলাপ কৰোঁ।

(নেপথ্য🙏)

14/12/2024

✏️ পডকাষ্ট
✏️আলাপ
✏️ সদ্য ঘোষিত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া পদত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গ্ৰামাঞ্চলৰ এগৰাকী মেধাৱী শিক্ষাৰ্থী।
✏️ এগৰাকী জনসমাদৃত নৱপ্ৰজন্মৰ শিল্পী
✏️ আহক এগৰাকী জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা বহুগুণা সম্পন্ন টুহিনা শইকীয়াৰ সৈতে আজি আলাপ কৰোঁ।



07/12/2024

✏️ পডকাষ্ট
✏️আলাপ
✏️ লোক সংস্কৃতিৰ সাধক, গৱেষক, বিশিষ্ট লেখক, বিশিষ্ট শিল্পী তথা কমাৰগাঁ‌ৱৰ বছাপথাৰ নিবাসী সুৰেণ (চেনিৰাম) গগৈৰ সৈতে আজিৰ আলাপ --

Episode -1

05/09/2024

✏️ পডকাষ্ট
✏️আলাপ
✏️ প্ৰধান শিক্ষক হোৱাৰ সপোন নথকা এজন শিক্ষক
✏️ কৃতী শিক্ষকৰ বঁ‌টা আশা নকৰা এজন শিক্ষক
✏️ আহক এজন ব্যতিক্ৰমী আৰু আদৰ্শবান শিক্ষক প্ৰাঞ্জল হাজৰিকাৰ সৈতে আজি আলাপ কৰো।

01/09/2024

✏️ আলাপ
✏️ ভাওনা সম্ৰাট উপাধিয়ে বিভূষিত ৰিদিপ দত্ত
✏️ আহক প্ৰতিভাসম্পন্ন শিল্পী ৰিদিপ দত্তৰ সৈতে আলাপ কৰো।



27/08/2024

🙏পিতৃৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ বদ্ধপৰিকৰ কণ্যা
🙏 চাহ বাগিছাৰ জীয়ৰী লক্ষ্মীতা ৰবিদাসৰ কন্ঠই আপোনাকো মুগ্ধ কৰিব

20/08/2024

🙏 আলাপ
🙏 মন লইং
🙏 প্ৰয়াস


Address

Kamargaon, Assam 785619

785619

Website

Alerts

Be the first to know and let us send you an email when AALAP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share