Jinti Kakoty 24

Jinti Kakoty 24 Digital creator
assistant supervisor forever living products international

14/03/2026

Contact us

14/08/2025

contact us

আজিৰ যুগটোৱেই ডিজিটেল অনলাইনৰ যুগ।প্ৰত্যেকজন ব্যক্তিৰ হাতত এনড্ৰইড্ ম'বাইল থাকেই।Face Book যোগে অনলাইন ব্যৱসায়ৰ কথা জানি...
30/06/2025

আজিৰ যুগটোৱেই ডিজিটেল অনলাইনৰ যুগ।প্ৰত্যেকজন ব্যক্তিৰ হাতত এনড্ৰইড্ ম'বাইল থাকেই।Face Book যোগে অনলাইন ব্যৱসায়ৰ কথা জানিব পাৰি ময়ো কিছুদিনৰ আগত যোগদান কৰিলোঁ।এই ডিজিটেল অনলাইন ব্যৱসায়ৰ যোগেদি ছাত্ৰ,নিবনুৱা মুৱক,অৱসৰ প্ৰাপ্ত কৰ্মচাৰি,বিষয়া,ব্যৱসায়ী,আনকি মোৰ দৰে বহু সাধাৰন গৃহিনীয়েও মাহেকীয়া উপাৰ্জন কৰি আৰ্থিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।আমি ম'বাইল ফোনত কটোৱা সময়ক সদব্যৱহাৰ কৰি ঘৰখনক আৰ্থিক সকাহ দিয়াৰ লগতে ঘৰখনৰ উপাৰ্জনৰ অংশীদাৰ হ'ব পাৰি।আপুনিও যদি নিজৰ ম'বাইলৰ জড়িয়তে উপাৰ্জন বিচাৰে মোৰ ম'বাইল নং-8011090368 ত যোগাযোগ কৰক। মই আপোনালৈকক সম্পূৰ্ন সহযোগিতা কৰিম । যোৱা ইং 28/06/2025 তাৰিখত আমাৰ ব্যৱসায়ৰ সফলতাৰ উদযাপন মূহুৰ্তৰ কিছু ছৱি আগবঢ়ালোঁ।

“ মবাইলৰ যোগেদি উপাৰ্জন "            নমস্কাৰ ৷ মোৰ নাম জিন্তি কাকতি,ঘৰ বোকাখাটত৷এগৰাকী সাধাৰণ  ঘৰ গৃহিণী৷অভিনয় আৰু নৃত্য...
27/06/2025

“ মবাইলৰ যোগেদি উপাৰ্জন "

নমস্কাৰ ৷ মোৰ নাম জিন্তি কাকতি,ঘৰ বোকাখাটত৷এগৰাকী সাধাৰণ ঘৰ গৃহিণী৷অভিনয় আৰু নৃত্য মোৰ বহুত প্ৰিয়৷
মই আপোনালোকক গৌৰবেৰে জনাবলৈ পাই সুখী হৈছোঁ যে আজি কিছুদিনৰ আগত এগৰাকী ভন্তীৰ ফেচবুক প’ষ্ট এটা পঢ়িবলৈ পালো যে ঘৰতে বহি নিজৰ ম’বাইল টোৰ জৰিয়তে কেনেকৈ এটা সুন্দৰ উপাৰ্জন কৰিব পাৰি ৷ মই লগে লগে তেওঁৰ লগত যোগাযোগ কৰিলোঁ ৷ আৰু তেওঁ আগবঢ়োৱা সু- পৰামৰ্শৰ জৰিয়তে আগবাঢ়ি গলো ৷ মই উপাৰ্জনৰ এটা সুন্দৰ পথ বিচাৰি পালোঁ আৰু বৰ্তমানে সুন্দৰকৈ আগবাঢ়ি গৈ আছো ৷ এই কাম কৰিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই ৷ ছাত্ৰ-ছাত্ৰী , ঘৰৰ গৃহিণী , ব্যবসায়িক ব্যক্তি , চাকৰি কৰা লোক আৰু অবসৰপ্ৰাপ্ত ব্যক্তি সকলোৱে কৰিব পাৰে ৷ আপোনালোক যদি আগ্ৰহী হয় তেন্তে সবিশেষ জানিবলৈ মোৰ এই ওৱাটচাপ নম্বৰটোত যোগাযোগ কৰিব পাৰে ৷ ( 8011090368) মই নিশ্চয় আপোনালোকক সহায় কৰিম ৷ ধন্যবাদ ৷

Address

Bokakhat Mohkaiki Gaone
Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when Jinti Kakoty 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share