Gaptola Live

Gaptola Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gaptola Live, Media/News Company, Boko.

07/09/2025

সোণালী আঞ্চলিক মহাবিদ্যালয় নৱাগত আদৰণি সভা #কংগ্ৰেছ

05/09/2025

২ নং দক্ষিণ ৰাঙ্গাপানীত ৬৪ তম শিক্ষক দিৱস উদযাপন #কংগ্ৰেছ #

04/09/2025

মাদানী কোন হয় ।
মাদানীক চিনি নাপাওঁ বুলি কৰা মন্তব্যক তিব্ৰ ভাষাৰে গৰিহণা, এ আই ইউ ডি এফ দলৰ যুৱ ছাত্ৰৰ সাধাৰণ সম্পাদক ছুমেইৰ লস্কৰৰ । #কংগ্ৰেছ

30/08/2025

Morning ran #কংগ্ৰেছ #

25/08/2025

গৌৰৱ গগৈ ফেনচ ক্লাৱ অসমৰ অষ্টম বৰ্ষপূতি উদযাপন।
সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুলত আয়োজন কৰে এই কাৰ্য্যসূচী #কংগ্ৰেছ #

25/08/2025

গৌৰৱ গগৈ ফেনচ ক্লাৱ অসমৰ অষ্টম বৰ্ষপূতি উদযাপন।
সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুলত আয়োজন কৰে এই কাৰ্য্যসূচী #কংগ্ৰেছ

24/08/2025

দক্ষিন কামৰূপৰ সোণতলীৰ জাওকাটাত অসম ভিত্তিত অনুষ্ঠিত হয় নাওঁ খেল #কংগ্ৰেছ #

23/08/2025

দক্ষিন কামৰূপৰ সোণতলীৰ জাওকাটাত অসম ভিত্তিত অনুষ্ঠিত হয় নাওঁ খেল প্ৰতিযোগিতা।
লোকে লোকাৰন্য কলহী নৈৰ দুয়োপাৰ।

আজিৰ এই উৎফুল্ল পূৰ্ণ খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এক্সপ্ৰেছ মানৱ সেৱা সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি অধিবক্তা আজিজুৰ ৰহমান #

21/08/2025

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ দেৱ আৰু কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে #কংগ্ৰেছ পৰিয়ালৰ শীৰ্ষত কাৰ্যসূচীত আজি ২৭ নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ছমৰীয়া ব্লকৰ সভাপতি সন্মানীয় গোলজাৰ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত ৯ নং মাহতলী গাওঁ পঞ্চায়তৰ মণ্ডল সভাপতি সন্মানীয় আকতাৰ হুছেইন ডাঙৰীয়াৰ ঘৰত উপস্হিত হৈ দলীয় পতাকা উত্তোলন কৰা হয়।

18/08/2025

2 no dakshin rangapani Imdad Hussain নৱগঠিত ছমৰীয়া বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থী #

18/08/2025

গৰৈমাৰী আছল পাৰা নৱগঠিত ছমৰীয়া বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰত্যাশী--ছুমেল লস্কৰ। #

16/08/2025

দক্ষিণ বৰপেটাৰ মহচৰাৰ ছুইট ফ্লৱাৰ ছিনিয়ৰ ছেকণ্ডাৰী মডেল স্কুলত স্বাধীনতা দিৱস লগত সংগতি ৰাখি ৩ সংখ্যক ক্ৰিকেট টুৰ্নামেণ্টৰ আয়োজন।
এই খেল খনত দক্ষিণ কামৰূপ আৰু দক্ষিণ বৰপেটাৰ বহুকেইখন বিদ্যালয়ে অংশ গ্ৰহণ কৰে ।
এই খেল খনত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয় সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় শান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুলে।

Address

Boko

Website

Alerts

Be the first to know and let us send you an email when Gaptola Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share