Assam Local News

Assam Local News সত্যৰ সদায় জয়
(1)

গৰৈমাৰী আৰক্ষীৰ জুৱা বিৰোধী অভিযান; চাৰি জুৱাৰী আটক, সাতখন দু-চকীয়া বাহনসহ জুৱাৰ সামগ্ৰী জব্দ।
03/08/2026

গৰৈমাৰী আৰক্ষীৰ জুৱা বিৰোধী অভিযান; চাৰি জুৱাৰী আটক, সাতখন দু-চকীয়া বাহনসহ জুৱাৰ সামগ্ৰী জব্দ।

02/08/2026

👉গৰৈমাৰীৰ টপাৰপথাৰ নালন্দা ইংলিছ স্কুল বিতৰ্ক সন্দৰ্ভত সংবাদমেল।
👉পুৰণি চৌহদৰ নামফলক মুচি দিয়াৰ লগতে ৰৈ যোৱা সামগ্ৰী অচিৰেই ঘুৰাই দিয়াৰ আহ্বান।
👉অন্যথা আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ,পৰিচালন সঞ্চালক ছলেমান আলীৰ।

02/08/2026

📌নীলবাগানত চুৰৰ তাণ্ডব। বিল্ডিগৰ টিন ফালি হোটেলৰ ভিতৰত প্ৰবেশ।
📌হোটেলৰ সা-সামগ্ৰীৰ লগতে লুটি নিলে নগদ ৫০ হাজাৰ ধন।

02/08/2026

🔺সোণতলীত অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৩ আগষ্টত "বৃহত্তৰ সোণতলী আঞ্চলিক ভিত্তিত সজাগতা সভা"ৰ আয়োজন।
🔺প্ৰস্তুতি সম্পন্ন,সৰ্বস্তৰৰ ৰাইজক সহযোগৰ আহ্বান আয়োজক সমিতিৰ

01/08/2026

🔺সোণতলী-চৌধুৰীপাম গাঁও পঞ্চায়তত অৰুণোদয় ৩.০-ৰ ধন মুকলিৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ।
🔺সহস্ৰাধিক হিতাধিকাৰী মহিলাৰ উপস্থিতিত অনুষ্ঠিত সভা।

🔺আধুনিক প্ৰযুক্তিৰ জৰিয়তে নগৰবেৰা আৰক্ষীৰ বৃহৎ সফলতা : 🔺১২টা হেৰুওৱা মোবাইল ফোন উদ্ধাৰ, গৰাকীক হস্তান্তৰ।🔺ফোন হাতত পাই ...
01/08/2026

🔺আধুনিক প্ৰযুক্তিৰ জৰিয়তে নগৰবেৰা আৰক্ষীৰ বৃহৎ সফলতা :
🔺১২টা হেৰুওৱা মোবাইল ফোন উদ্ধাৰ, গৰাকীক হস্তান্তৰ।
🔺ফোন হাতত পাই গৰাকীৰ আনন্দ প্ৰকাশ, ধন্যবাদ জ্ঞাপন আৰক্ষী বিষয়া হৰজিৎ দাসক ।

🔺সোণতলীত মদৰ ঘাটি উৎখাত।🔺আৰক্ষী বিষয়া হীৰক জ্যোতি মূদৈৰ নেতৃত্বত সোণতলীত নিশা অবৈধ মদৰ বিৰুদ্ধে অভিযান।🔺অভিযানত বৃহৎ পৰ...
30/07/2026

🔺সোণতলীত মদৰ ঘাটি উৎখাত।
🔺আৰক্ষী বিষয়া হীৰক জ্যোতি মূদৈৰ নেতৃত্বত সোণতলীত নিশা অবৈধ মদৰ বিৰুদ্ধে অভিযান।
🔺অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটলৰ লগতে চুলাই মদৰ পেকেট ধ্বংস।

30/07/2026

শ্বহীদ সোঁৱৰণি মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা অধ্যয়ন কেন্দ্ৰ মুকলি, নামভৰ্তি আৰম্ভ।

সমষ্টি বাসীৰ উষ্ম অভিনন্দন ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষৰ দায়িত...
30/07/2026

সমষ্টি বাসীৰ উষ্ম অভিনন্দন

ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ।

বিধানসভা সচিব ৰাজীৱ ভট্টাচাৰ্য স্বাক্ষৰিত পত্ৰ নংLAPAC- 01/2026/04-(A) ঘোষণা।

📌চোৰাং গৰু সৰবৰাহৰ সন্দেহত গৰৈমাৰী আৰক্ষীৰ অভিযান।📌জাহিৰপুৰৰ পৰা ১৬ টা গৰু ভৰ্তি এ এচ-০১ পিচি ৯৩৩৫ নম্বৰৰ বাহন জব্দ।📌ময়...
27/07/2026

📌চোৰাং গৰু সৰবৰাহৰ সন্দেহত গৰৈমাৰী আৰক্ষীৰ অভিযান।
📌জাহিৰপুৰৰ পৰা ১৬ টা গৰু ভৰ্তি এ এচ-০১ পিচি ৯৩৩৫ নম্বৰৰ বাহন জব্দ।
📌ময়নুল হক(৩৮), ছফিউৰ ইছলাম (২৯) চামচুল হক ২৮ নামৰ লোক তিনিজন আটক।

Address

Sontali
Boko
781136

Alerts

Be the first to know and let us send you an email when Assam Local News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Local News:

Shortcuts

Share