Mukut kalita

Mukut kalita ●■●?

মুক্তিৰ পূৰ্বেই অভিলেখ ‘ৰৈ ৰৈ বিনালে’ৰনেশ্যনেল ট্ৰেণ্ডত জুবিনৰ অন্তিমখন ছবিBookMyShowত শীৰ্ষ ট্ৰেণ্ডত ‘ৰৈ ৰৈ বিনালে’‘বাহ...
24/10/2025

মুক্তিৰ পূৰ্বেই অভিলেখ ‘ৰৈ ৰৈ বিনালে’ৰ
নেশ্যনেল ট্ৰেণ্ডত জুবিনৰ অন্তিমখন ছবি
BookMyShowত শীৰ্ষ ট্ৰেণ্ডত ‘ৰৈ ৰৈ বিনালে’
‘বাহুবলী’কো পিছ পেলালে ‘ৰৈ ৰৈ বিনালে’এ

14/10/2025

# টেগ শুদ্ধকৈ লিখিব। ৬১০ কে হৈছে। আজি ১ মিলিয়ন কৰক । সকলোৱে কমেন্টত শুদ্ধকৈ লিখক।
জয় জুবিন দা।

সকলোৱে এবাৰ লিখক
12/10/2025

সকলোৱে এবাৰ লিখক




জুবিন দা চিৰদিন অমৰ হৈ থাকক...।।
29/09/2025

জুবিন দা চিৰদিন অমৰ হৈ থাকক...।।

27/09/2025

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কলে শুনক ।

26/09/2025

জুবিন দা বহুত দূখত আছিল খুলি কব পৰা নাছিল।
দাদাক এনেদৰে দেখি বহুত বেয়া লাগে 💔
জুবিন দাক কোনে যন্ত্ৰ বনালে ??😡
বহুত লুটিলে জুবিন দাক ।
অনবৰতে যেন কিবা এটা দুখ লৈ জীয়াই আছিল তেওঁ,
তেওঁৰ জীৱনৰ শেষৰটো সাক্ষাৎকাৰে বহু কথাই যেন এতিয়া ভবাই তুলিবলৈ বাধ্য কৰিছে সকলোকে...

Video Courtesy: Rita Chowdhury


দোষিক উচিত শাস্তি প্ৰদান কৰাক Himanta Biswa Sarma sir..


25/09/2025

Siddharth atiyao whatsapp call korisilu karubar logot kotha pati ase....Biswas nohole apunaloke call kori sawk tak. Phone korile switch off kobo..kintu whatsapp t korak hi online ase.
Kotha tu hol eyak kio bisari puwa nai.😡

21/09/2025

অসমৰ মানুহে জুবিনদাৰ কাৰণে এটা দিন বন্ধ ৰাখিছে। কিন্তু গুৱাহাটীৰ এই ছোৱালীজনীৰ অসুবিধা চাওকচোন।
Assam Police

অন্তিম শয়নত প্ৰাণৰ শিল্পীগৰাকী 😭😭 অসমৰ ইতিহাসত কোনেও চাব নিবিচৰা ফটোখন 💔
21/09/2025

অন্তিম শয়নত প্ৰাণৰ শিল্পীগৰাকী 😭😭 অসমৰ ইতিহাসত কোনেও চাব নিবিচৰা ফটোখন 💔

21/09/2025

আমাৰ জুবিন দা....😭বিদায় দাদা 😭😭😭 উভতি নহা বাটেৰে গুচি গলাগৈ 😭😭

Address

Boko

Website

Alerts

Be the first to know and let us send you an email when Mukut kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share