BNG Express

BNG Express বঙাইগাঁৱৰ এটা উল্লেখযোগ্য আঞ্চলিক সংবাদ প্রতিষ্ঠান হল BNG EXPRESS। এই সংবাদ প্রতিষ্ঠানটি বঙাইগাঁৱৰ সাম্প্রতিক ঘটনাবলী আৰু স্থানীয় খবৰৰ প্রতিবেদন প্রকাশ করে।

12/11/2025

আজি পুনৰ খিলঞ্জীয়াৰ আৰ্তনাদ।

09/11/2025

কমতাপুৰৰ দাবীত বঙাইগাঁও কপাইছে
কোচ ৰাজবংশী ছাত্র সন্থাই ।

29/10/2025

আজি নিউ বঙাইগাঁও বদি বজাৰত মাৰপিটৰ ঘটনা সংঘটিত হয় ।

14/10/2025

এফালে ঈশ্বৰ পুত্ৰৰ আত্মা শান্তিৰ বাবে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা,দোৱা আনফালে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিছাৰি প্ৰতিবাদ ।

09/10/2025

বঙাইগাঁও চহৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সেৱা দলৰ পদযাত্ৰা।

প্ৰসংগ: ভোটচোৰ বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত আজিৰ এই বিশাল পদো যাত্ৰা।

09/10/2025

*মৃত্যুৰ পিছত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ গৌৰিমাৰ এখন চিঠি...
✍️ৰাজু কলিতা
কণ্ঠ:- গিতিমনি বৰা ।

08/10/2025

অসম বাসী ৰাইজৰ ওচৰত হাতজোৰ কৰি ক্ষমা খুজিলে ছচিয়াল মেডিয়াত ভাইৰাল হোৱা মৌলবী জনে !

04/10/2025

বঙাইগাঁৱৰ পৰা বাইকেৰে জুবিনৰ অনুৰাগীৰ সোণাপুৰৰ জুবিনৰ সমাধি হস্তlলৈ যাত্ৰা ।

#জুবিন_অনুৰাগী

01/10/2025

জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক CID য়ে আটক কৰে ।
সিদ্ধার্থ-শ্যামকানুৰ বিৰুদ্ধে BNSৰ ১২টা কৈ ধাৰা আৰোপ ,১৮/২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে ।

#জুবিন_অনুৰাগী #জুবিন_গাৰ্গ #সিদ্ধাৰ্থ_শৰ্মাৰ

30/09/2025

বঙাইগাঁও জিলাৰ বি এছ এফত কৰ্মৰত এজন যুৱক প্ৰকাশ মালোক নিউ বঙাইগাঁও অভিমুখী ৰাজধানী এক্সপ্ৰেছত অতিশয্যা চলাই কিছু ব্যক্তিয়ে ৷

24/09/2025

আপোনাৰ কিঞ্চিৎ সহায়ে হাঁহি বিৰিঙাবো পাৰে শ্বাহ আলম আৰু তেওঁৰ পৰিয়ালৰ মুখত।

অনুগ্ৰহ কৰি সহায় আৰু শ্বেয়াৰ কৰিব - 8822381016

ইউ,পি,আই আইডি-sahebsaheb3456@okicici

22/09/2025

এখন কাঠৰ দোকান সুন্দৰি আৰু সুৰা ।
কি হৈছে এই চহৰত ! একাংশ যুৱতীয়ে সহজ পদ্বতিৰে ধন ঘটিবলৈ বাছি লৈছে দেহ ব্যৱসায় ।
এইবাৰ লজ্জাজনক ঘটনা সংগটিত হৈছে বঙাইগাঁও জিলাৰ বদি বজাৰৰ কাষৰ এখ্ন কাঠৰ দোকানত ।

Address

Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when BNG Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share