Monowar Akand

Monowar Akand Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Monowar Akand, Bongaigaon.

2012 চনৰ গোষ্ঠী সংঘৰ্ষৰ সময়ত লাখ লাখ সংখ্যালঘু ৰাইজক পনবন্দী কৰি চৰম মুছলিম বিৰোধী স্থিতি লোৱাৰ সমান্তৰাল ভাবে ট্ৰাইবেল...
20/08/2023

2012 চনৰ গোষ্ঠী সংঘৰ্ষৰ সময়ত লাখ লাখ সংখ্যালঘু ৰাইজক পনবন্দী কৰি চৰম মুছলিম বিৰোধী স্থিতি লোৱাৰ সমান্তৰাল ভাবে ট্ৰাইবেল বেল্ট এন্ড ব্লকৰ নামত তদানীন্তন বিটিচি প্ৰসাশনৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2019 চনত কেবল সংখ্যালঘু জনসাধাৰণক উচ্ছেদ কৰাৰ যি শপত নামা দাখিল কৰিলে এই কৰ্মই নেতা জনৰ সংখ্যালঘুৰ প্ৰতি দৰদ যে কেবল মাত্ৰ ঘৰিয়ালৰ চকুপানী সেয়া বুজিবলৈ ৰাইজৰ বাকী নাই। সমান্তৰাল ভাবে বৰ্তমান বিটিচি প্ৰসাশনৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোৱা নিৰ্বাচন সমুহত দিয়া প্ৰতিশ্ৰুতি সমুহ পালন কৰাৰ সময় সমাগত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সৃষ্টি কৰা ভুমিৰ জটিলতা সমুহৰ সমাধান বাবে উচ্ছেদৰ জাননী বিচৰা নাই আমি বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা স্পষ্ট ভূমিনীতি ইয়াৰ পৰিবৰ্তে যদি কেবল মাত্ৰ প্ৰতিশ্ৰুতিৰ ৰাজনীতিয়ে কৰিব বিচাৰে ইয়াৰ বাবে কিন্তু ৰাইজৰ কাঠগঢ়াত প্ৰমোদ বড়ো ডাঙৰীয়াই উঠিবই লাগিব।

19/08/2023

'BTCত কোনো কাৰণতে বুলড'জাৰ চলাবলৈ দিয়া নহ'ব,উচ্ছেদক লৈ মুছলমান সংগঠনৰে প্ৰমোদ বড়োৰ জৰুৰী বৈঠক

18/08/2023

চন্দ্ৰ,সুৰ্য্য থকালৈকে এবিএমছু আৰু এবিএমছুৰ সংগ্ৰাম চলি থাকিৱ কোনো কাৰণতে আপোচ কৰা নহৱ বুলি এবিএমছুৰ হুংকাৰ.

18/08/2023

আজি গুৱাহাটীৰ Bodoland Guest house ত অবৈধ উচ্ছেদ সম্পৰ্কে BTR প্ৰধান প্ৰমোদ বড়োৰ লগত ৰ আনুষ্ঠানিক বৈঠকৰ পিছত এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম আৰু সম্পাদক টাইছন হুছেইন ।

18/08/2023

📌BPF আৰু ABMSU ৰ লগত বুজাবুজি !
📌উচ্ছেদৰ নামত ধৰ্মীয় সংখ্যালঘুক হাৰাসাস্তি কৰি আছে ABMSU !
📌বিস্ফোৰক মন্তব্য EM ৰাকেশ ব্ৰহ্মৰ।

18/08/2023

📌ট্ৰাইবেল বেল্ট-ব্লকৰ উচ্ছেদ অভিযান লৈ কি ক'লে হাইকোৰ্টৰ বিচাৰপতিয়ে?
📌কি যুক্তি দিলে আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ চৌধুৰী- অসম চৰকাৰ অধিবক্তাৰ যুক্তিযুদ্ধ!

18/08/2023

📌গুৱাহাটীৰ Bodoland Guest house ত অবৈধ উচ্ছেদ সম্পৰ্কে BTR প্ৰধান প্ৰমোদ বড়োৰ লগত আলোচনাত মিলিত হয় BTR ৰ বিভিন্ন দ'ল সংগঠন ABMSU, AAMSU, NEMSU, RMC ৰ লগতে অন্যান্য দ'ল সংগঠন।

18/08/2023

📌BTR উচ্ছেদ লৈ, বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰা পিছত প্ৰমোদ বড়ো মন্তব্য উচ্ছেদ লৈ ভয় কৰিব নালাগে!

18/08/2023

চিৰাঙৰ উচ্ছেদ সম্পৰ্কে গুৱাহাটী High Court-ৰ শুনানি। চিৰাঙৰ হাশ্ৰাওঁবাৰীৰ Tribal Belt and Block-ৰ ভূমি উচ্ছেদ বন্ধৰ নিৰ্দেশ গুৱাহাটী High Court-ৰ।

15/08/2023

আজি স্বাধীনতা দিৱস । সমগ্ৰ দেশতে উদযাপিত হৈছে এই ৭৭ সংখ্যক স্বাধীনতা দিৱস ।

চিৰাঙৰ কাজলগাঁও প্ৰেড গ্ৰাউণ্ডৰ পৰা লাইভ।

13/08/2023

Yeh kya hua 😂

Address

Bongaigaon

Telephone

+916000975194

Website

Alerts

Be the first to know and let us send you an email when Monowar Akand posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Monowar Akand:

Share