Nabanidhi

Nabanidhi I am a Assamese content creator.I make videos on assamese language.My video or vlog type is place exploring and daily Life.
(3)

"মই জানো মোৰ কষ্টত তোমাৰো কষ্ট হয়,কিন্তু তোমাৰ কষ্ট যেতিয়া মই দেখো তেতিয়া মোৰ আৰু কষ্ট হয়" _ _ _ _কাঞ্চন বৰুৱাৰ "অসী...
10/05/2026

"মই জানো মোৰ কষ্টত তোমাৰো কষ্ট হয়,কিন্তু তোমাৰ কষ্ট যেতিয়া মই দেখো তেতিয়া মোৰ আৰু কষ্ট হয়" _ _ _ _কাঞ্চন বৰুৱাৰ "অসীমত যাৰ হেৰাল সীমা"|

26/04/2026

সাক্ষী অতীতৰ,সাক্ষী ৰাজ আতিথ্যৰ,সেই তাহানিৰ পৰা সম্প্রতি কেনে এক অনাবিল যাত্ৰা। সাধাৰণ যেন লগাবোৰ  সগৌৰৱে থিয় দি নামাংক...
26/04/2026

সাক্ষী অতীতৰ,সাক্ষী ৰাজ আতিথ্যৰ,
সেই তাহানিৰ পৰা সম্প্রতি কেনে এক অনাবিল যাত্ৰা। সাধাৰণ যেন লগাবোৰ সগৌৰৱে থিয় দি নামাংকিত ইতিহাস নামত।

❤️

এখোজ দুখোজকৈ বৰ্তমানৰ পৰা অতীতলৈ, বুৰঞ্জীৰে ঐতিহাসিক সৌৰভ বহন কৰা শিৱসাগৰলৈ।
16/04/2026

এখোজ দুখোজকৈ বৰ্তমানৰ পৰা অতীতলৈ, বুৰঞ্জীৰে ঐতিহাসিক সৌৰভ বহন কৰা শিৱসাগৰলৈ।

GELA 2026 Duty || Home Voting
06/04/2026

GELA 2026 Duty || Home Voting

06/04/2026

General election 2026
Home Voting

❤❤❤
16/03/2026

❤❤❤

বিয়া বুলিলে কাৰনো ভাল নালাগে, নিজতকৈ আনৰ খাইহে বেছি ভাল লাগে হয়নে? 😜
08/02/2026

বিয়া বুলিলে কাৰনো ভাল নালাগে, নিজতকৈ আনৰ খাইহে বেছি ভাল লাগে হয়নে?
😜

শাহু মাৰ হাতৰ যাদুৰে তাঁত শালত বোৱা মেখেলা চাদৰ যোৰ,মোৰ আটাইতকৈ প্ৰিয়❤
29/01/2026

শাহু মাৰ হাতৰ যাদুৰে তাঁত শালত বোৱা মেখেলা চাদৰ যোৰ,মোৰ আটাইতকৈ প্ৰিয়❤

সপোন জানো সহজে পূৰণ হয়,...যেতিয়া হয় সেয়া উদযাপন কৰিবলৈচোন সময়ৰ অভাৱ। Joined as a PGT 💖
04/01/2026

সপোন জানো সহজে পূৰণ হয়,...যেতিয়া হয় সেয়া উদযাপন কৰিবলৈচোন সময়ৰ অভাৱ।
Joined as a PGT 💖

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when Nabanidhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nabanidhi:

Share

Category