31/07/2026
বঙাইগাঁও জিলাৰ জপেয়া পঞ্চায়তৰ অন্তৰ্গত
কালিকুৰা গাঁওৰ | মোৰ মামা ৰফিকুল ইছলাম ডাঙৰ ছোৱালী মেহবুবা ছিদ্দিকা সৰ্বভাৰতীয় পৰীক্ষাত ৫৫১ নম্বৰ অৰ্জন কৰি কালিকুৰা লৈ গৌৰৱ কঢ়িয়াই আনিছে।তেখেতক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। Congratulations sister