The Real

The Real JK Live



সদায় সতাতৰ লগত।

23/09/2025

আজি সন্ধিয়া নৱগঠিত সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ মেৰেৰচৰ মণ্ডল কংগ্ৰেছ সমিতিৰ এলেকাধীন কুশবাৰী আৰু পল্টন বজাৰত কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু কংগ্ৰেছ প্রেমী ৰাইজৰ সৈতে বিধায়ক #আব্দুল_বাতিন_খন্দকাৰ চাহাবে সৌজন্যমূলক সাক্ষাৎ কৰে।

#গৌৰৱ_গগৈ
#আব্দুল_বাতিন_খন্দকাৰ
Gaurav Gogoi

22/09/2025

ৰাইজৰ সৈতে একেলগে শাৰী পাতি জুবিনদাক শ্ৰদ্ধাঞ্জলি জনালে গৌৰৱ গগৈ চাহাবে।



Gaurav Gogoi

20/09/2025

অসমীয়াৰ জাতীয় সম্পদ আজি আমাৰ মাজৰ পৰা আতৰি গ'ল 😢

আজি মালেগৰ বজাৰত অসমৰ যুৱ প্ৰজন্মৰ হাট-থ্রব কন্ঠশিল্পী,অভিনেতা,জুবিন গার্গক বিধায়ক আব্দুল বাতিন খন্দকাৰ চাহাবে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়।

19/09/2025

আজি সন্ধিয়া বিধায়ক #আব্দুল_বাতিন_খন্দকাৰ চাহাবৰ উপস্থিতিত আৰু জিলা কংগ্ৰেছ আৰু NSUI-ৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

#গৌৰৱ_গগৈ

17/09/2025

আজি চিৰাং জিলাৰ নিচিমা পৰিষদীয় সমষ্টিৰ অন্তর্গত #নাঙল_ভাঙাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি #গৌৰৱ_গগৈ দেবে এক বিশাল নির্বাচনী জনসভাত অংশ গ্ৰহণ কৰে। বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ দূৰ্নীতিৰ অৱসান ঘটাই উন্নতিৰ হকে কংগ্ৰেছ দলৰ পক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

Gaurav Gogoi

16/09/2025

এয়া কোনো ঋণ নহয়, এয়া অসমৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰত জাপি দিয়া প্ৰচণ্ড বোজা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু কিমান দিনলৈ অসমক ঋণৰ বোকাত পুতি ৰাখিব!

15/09/2025

सुरक्षा का डर किसी और को दिखाएं - हिंदुस्तान की धरती पर तकलीफ में फंसे हर भारतीय की बात सुनना मेरा हक़ और ज़िम्मेदारी है।


15/09/2025

सुरक्षा का डर किसी और को दिखाएं - हिंदुस्तान की धरती पर तकलीफ में फंसे हर भारतीय की बात सुनना मेरा हक़ और ज़िम्मेदारी है।



14/09/2025

আজি অভয়াপুৰী ৰাজীৱ ভৱন প্ৰাঙ্গণত টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিধায়ক #আব্দুল_বাতিন_খন্দকাৰ চাহাব উপস্থিত থাকে।

উক্ত সভাত টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি #মনছুৰ_আলী, যোগীঘোপা জিলা পৰিষদৰ সদস্যা #আফশানা_পাৰবিন , জিলা কংগ্ৰেছৰ বিষয়ববীয়া,টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটিৰ কার্যকর্তা সকল, মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি সকল আৰু বিভিন্ন পদবীত থকা জ্যেষ্ঠ নেতা কৰ্মী তথা বিষয়ববীয়া সকল উপস্থিত থাকে।

12/09/2025

আজি ফকিৰাগ্ৰাম MCLA সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ড° হুচনে আৰা বেগমৰ সমৰ্থনত আজি মাগুৰমাৰীত এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক চাহাব , প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক আফটাব উদ্দিন মোল্লা আৰু সংখ্যালঘু বিভাগৰ ৰাজ্যিক সাধাৰণ সম্পাদক মাজাহাৰুল ইছলামৰ লগতে কংগ্ৰেছ দলৰ অন্য নেতা কৰ্মী সকল।
Gaurav Gogoi
Abdul Khaleque

12/09/2025

আজি শুক্ৰবাৰ দিনা #ছান_ছাইন_একাডেমী_কীৰ্তনপাৰা ছাত্র একতা সভাৰ উদ্যোগত ৯ তম নৱাগত আদৰণি সভা ও সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত বিধায়ক #আব্দুল_বাতিন_খন্দকাৰ চাহাবে মূখ্য অতিথি হিচাপে উপস্থিত থাকে।

#গৌৰৱ_গগৈ
Gaurav Gogoi

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when The Real posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Real:

Share