BNGN 24 TIMES

BNGN 24 TIMES Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BNGN 24 TIMES, Media/News Company, Bongaigaon.

22/05/2022

কেৰেলাত YOUTH MOMENTUM ত উপস্থিত থাকে ।
আমছুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া l




19/01/2022

বঙাইগাঁওৰ দক্ষিণ ঢালিগাঁও আমতলা বজাৰত
ছাগলী চুৰতক আটক।

07/01/2022

বঙাইগাঁও ভাতৰ হোটেল মা কালীত ভাত খাব যোৱা বিল্লাল হুছেইন নামৰ লোকজন গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে হোটেল মালিক আৰু কর্মচাৰীৰ তাৰে পিছত।

আমছু আৰু এবিআমছুৰ প্রতিক্রিয়া

16/12/2021

হোজাইত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অসম চৰকাৰক বিৰুদ্ধে কৰিলে আলোচনা ।

30/11/2021

আমছুয়ে পাগলস্হানত ছাএ
নেতা অনিমেষ ভূঞাৰ হত্যাৰ
ন্যায় বিচাৰে আৰু লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰে।

29/11/2021

বঙাইগাঁওৰ ধনতোলা বজাৰত আমছুৰ ১ ঘন্টীয়া পথ অৱৰোধ।

29/11/2021

নিউ বঙাইগাওঁ ভাওঁলাগুৰী ভাই ভাই ক্লাৱত ৰাজহুৱা সভা

15/11/2021

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোলাঘাট জিলা আমছুৰ সাধাৰণ সম্পাদক বাবুল আলী হাজৰিকাৰ প্ৰতিক্ৰিয়া ।
News BNGN 24 TIMES
News Bongaigaon
News বাবুল আলী হাজৰিকা

08/11/2021

আজি দিল্লীৰ যন্ত্ৰৰ মন্তৰত আমছুৰ দুঘন্টীয়া অবস্থান ধৰ্ম ঘট কাৰ্যসূচী

08/11/2021

বঙাইগাঁওৰ দোলাইগাঁওত ডকাইতি
মনোৰুদ্দিন নামৰ এজন লোকৰ ঘৰত ডকাইতি কাণ্ড।

Address

Bongaigaon

Telephone

+919578606780

Website

Alerts

Be the first to know and let us send you an email when BNGN 24 TIMES posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share