🔹গহপুৰ আৱৰ্ত ভৱনত ৰহস্যজনকভাৱে বনকৰা যুৱতীৰ মৃত্যু হোৱা খবৰে উত্থাপন কৰিছে বহু প্ৰশ্নৰ
🔴 এগৰাকী বোৱাৰী কুলক্ষনী কেতিয়াঁ হয় ??
🔴 এগৰাকী বোৱাৰী চৰিত্ৰ বেয়া কেতিয়াঁ হয় ??
🔴 এগৰাকী বোৱাৰী পাতল স্বভাৱৰ কেতিয়াঁ হয় ??
এগৰাকীৰ বোৱাৰীৰ জীৱন যুদ্ধত কিয় অকলশৰীয়া অনুভৱ কৰে ?? এগৰাকীৰ বোৱাৰী জীৱন আৰু এটা সত্য আৰু সচাঁ প্ৰতিবেদন আজি আপোনালোকৰ বাবে।
#i_love_chirang
৬ অক্টোবৰত ছাত্ৰী সকলক প্রদান নিযুত মইনা আঁচনিৰ ধন
#i_love_chirang
#viralrees
#nizutmainaachoni
📌100% BPF অহা 2025 চনত আহিব বুলি মন্তব্য BPF নেতা শুদ্ধ বসুমতাৰীৰ!
#i_love_chirang
#BPF
চিৰাঙৰ উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে এইজন ব্যক্তিয়ে।
#i_love_chirang #Chirang
📌কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰতিদ্বণ্ডিতা কৰিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ!
📌বিস্ফোৰক মন্তব্য পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ!
#i_love_chirang #HagramaMohilary #BJPNEWS #prithiraz_narayan_dev_mech #BTR
Baby saha uff voice
#i_love_chirang #NewsUpdate #voices #babysaha
Confidence level 100% 😂😂😂
#i_love_chirang #NewsUpdate #HagramaMohilary #funnyreels
চিৰাং জিলাৰ উপ-সভাপতি জনেন ৰায় সাংগঠনিক বিৰোধি কৰ্মৰ লগত জড়িত থকাৰ অভিযোগ লগতে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ ওপৰত যি ধৰনৰ অবৈধ ভাবে সামাজিক মাধ্যমত বক্তব্য ৰাখিছিল তাৰ বিৰুদ্ধে আজি জৰুৰী ভাৱে কাৰ্যনিৰ্বাহ সভাৰ জৰিয়তে সংগঠনৰ পৰা অব্যাহতি দিয়া হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী সুনিল ৰায় আৰু সাধাৰণ সম্পাদক শ্ৰী সুনাধৰ ৰায় ৰ নেতৃত্ব আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ হৈ কাম কৰি জাম।
বড়োলেও বিশ্ববিদ্যালয়ৰ সংঘটিত ঘটনা সংক্রান্তত বিশ্ববিদ্যালয়ৰ উপাচার্যক সাক্ষাৎ এবি এমছু ৰ ।।
📌 বড়োলেও বিশ্ববিদ্যালয়ৰ সংঘটিত ঘটনা সংক্রান্তত বিশ্ববিদ্যালয়ৰ উপাচার্যক সাক্ষাৎ এবি এমছু ৰ ।।
#i_love_chirang #Bodolanduniversity
📌 প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাৰ ভৱিষ্যত বেয়া আছে।
📌 এটা সময়ত BJP য়ে আপোনাক কিক মাৰি উলিয়াই দিব।
📌 আধাৰ শিলাৰ নামত ভেঁকো ভাওনা কৰি আছে আপোনালোকে।
📌 আধাৰ শিলাৰ ৰাজনীতি লৈ প্ৰমোদ বড়োক তুলাধুনা দিয়ে চিৰাং জিলাৰ উদীয়মান যুৱক সানিদুল হক।
#PromodBoro #i_love_chirang #NewsUpdate #UPPL