Khurshid Alom

Khurshid Alom সুখ,দুখৰ মাজতেই চলিব জীৱন|

01/09/2024

ছাত্ৰ ৰাজনীতিৰ নামত নিকৃষ্ট ৰাজনীতি

আজি ২৩/৬/২০২৩‌ ইং তাৰিখে অভয়াপুৰীৰ ৰৌমাৰীত অৱস্থিত উন্নত মানদণ্ডৰ শিক্ষা প্ৰতিষ্ঠান     ৰ  #অধ্যক্ষ তথা এসময়ৰ সংগ্ৰামী...
23/06/2023

আজি ২৩/৬/২০২৩‌ ইং তাৰিখে অভয়াপুৰীৰ ৰৌমাৰীত অৱস্থিত উন্নত মানদণ্ডৰ শিক্ষা প্ৰতিষ্ঠান ৰ #অধ্যক্ষ তথা এসময়ৰ সংগ্ৰামী সতীৰ্থ মোৰ স্কুলীয়া বন্ধু Babul Akter ৰ ডাঙৰীয়াৰ আমন্ত্ৰণ ৰক্ষা কৰি #সদৌ #অসম #সংখ্যালঘু #ছাত্ৰ #ইউনিয়ন #আমছু'ৰ #কেন্দ্ৰীয় #সমিতিৰ #সন্মানীয় #সভাপতি তথা #সংখ্যালঘুৰ #বলিষ্ঠ কন্ঠ শ্ৰদ্ধাৰ #ৰেজাউল #কৰিম #চৰকাৰ ডাঙৰীয়াৰ সৈতে উপস্থিত হওঁ। উক্ত অনুষ্ঠানত উপস্থিত হৈ সন্মানীয় সভাপতি ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ সকলৰ সৈতে মত বিনিময় কৰি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বুজ লয়। উক্ত অনুষ্ঠানত আমাক আমন্ত্ৰণ জনোৱাৰ বাবে অধ্যক্ষ বাবুল আখতাৰ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উক্ত অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহঃকাৰী সাধাৰণ সম্পাদক মুৰাদুদ জামান শ্বেখ ডাঙৰীয়া। উত্তৰ শালমাৰা জিলা সমিতিৰ সহঃকাৰী সাধাৰণ সম্পাদক Jahanur Alom তাৰ লগতে উপস্থিত থাকে লতিবাৰী পিৰাধৰা আঞ্চলিক সমিতিৰ সভাপতি হাফিজুৰ ৰহমান মেৰেৰচৰ আঞ্চলিক আমছুৰ বিষয়ববীয়া অভয়াপুৰী নগৰ সমিতিৰ সাধাৰণ সম্পাদক মফিদুল ইছলাম ডাঙৰীয়া।

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when Khurshid Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share