TAJ LIVE

TAJ LIVE নিৰপেক্ষ সংবাদ পৰিৱেশন কৰাই তাজ LIVE ৰ ম?

06/09/2026

02/06/2026
22/03/2026

সকলো জল্পনা কল্পনাৰ অন্ত পৰিল
AJP ভাতৃ দলৰ সদস্য ই পালে ভাৰতীয় জনতা পাৰ্টি ৰ টিকেট উৎফুল্লিত
পাৰ্টি কৰ্ম কৰ্তা,ৰণ নীতি ৰে আগবাঢ়ি যাৱ প্ৰাৰ্থী ছহিদুল উৰফে ভাইটি ....

27/12/2025

🟧 নিৰ্বাচন ৰ বিষয় লৈ জিলা আয়ুক্ত ৰ
নিয়মাৱলী লৈ আলোচনা।
🟧 জিলা আয়ুক্ত, সমজিলা আয়ুক্ত বিষয়া লগত উপস্হিত থাকে দলীয় বিষয়ববীয়া লগতে সংবাদকৰ্মী আৰু নিৰ্বাচনী বিষয়া।
🟧খচৰা ভোটাৰ তালিকা....

25/12/2025

🟧বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদী সমদল ৰাষ্ট্ৰীয় বজৰং দলৰ,
🟧দিপু চন্দ্ৰ দাস হিন্দু ল'ৰা হোৱা বাবে নিৰ্মম অত্যাচাৰ ৰে প্ৰহাৰ কৰে আৰু অৰ্দ্ধ জীৱন্তে জ্বলাই হত্যা কৰা ঘটনা তিব্ৰ নিন্দা কৰে।
🟧বাংলাদেশৰ ভূমি ঘূৰাই অনাৰ হুংকাৰ প্ৰদান কৰে ৰাষ্ট্ৰীয় বজৰং দলে।

09/12/2025

🟧 গুৱাহাটী পশ্চিম বৰাগাওঁত ২০১৯চনৰ
১০ডিচেম্বৰত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু
উদ্যান ৰ ভূমি পূজন কৰে প্ৰাক্তন
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ডাঙৰীয়াই।
🟧 ২০২০চনৰ১০ডিচেম্বৰত শ্বহীদ স্মাৰক
ক্ষেত্ৰ আৰু উদ্যানৰ ভূমি পূজন কৰে ।
🟧 ২০২৫চনৰ ১০ডিচেম্বৰত শ্বহীদ দিৱসৰ
প্ৰৱিত্ৰ দিন টোত শুভ উদ্বোধন হব
লগীয়া এই বিশেষ স্মাৰক ক্ষেত্ৰই জাতি
টোৰ শ্বহীদ সকলৰ আদৰ্শ আৰু
অতুলনীয় স্বদেশপ্ৰেম সাৰোগত কৰি
দেশ তথা জাতি ৰ হকে কাম কৰিবলৈ
নিষ্ঠাৰে কাম কৰি যাৱলৈ সকলোকে
অনুপ্ৰাণিত কৰিব ।
🟧 ঐতিহাসিক অসম আন্দোলনৰ আৰু
মহান শ্বহীদ সকলৰ স্মৃতি যুগমীয়া
কৰাৰ লগতে অসম চুক্তি ৰ ফলপ্ৰসূ
ৰূপায়ণ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ
সোণোৱাল সৱল পদক্ষেপ।

08/12/2025

👉 যোগীঘোপা ধাকনামাৰী টুনিয়া গাওঁ ত
চম্পাৱতী নৈত এখন বলেৰ বাহন নিয়ন্ত্ৰণ
হেৰুৱাই নৈত পৰে ।
👉 স্হানীয় ৰাইজৰ সহযোগত ড্ৰাইভাৰ আৰু
এজনক উদ্ধাৰ হয়।
👉চাপৰৰ নলডুবাৰ বাসিন্দা বক্কাৰ আলী মণ্ডল
মৃত উদ্ধাৰ।
👉চাপৰ বাসিন্দা আজাহাৰ আলী মণ্ডল এতিয়াও
সন্ধানহীন হৈ আছে।
👉SDRFবাহিনী য়ে তদন্ত অব্যাহত ৰাখিছে।

07/12/2025

👉 ৰাজ্য চৰকাৰে প্ৰদান কৰিব
ড: বাণীকান্ত কাকতি বঁটা।
👉Hsপৰীক্ষাত ৮০%নম্বৰতকৈ অধিক নম্বৰ
পোৱা সকলে লাভ কৰিব এই বঁটা।
👉১১,২৫০গৰাকীয়ে কালি লাভ কৰিব মেধা বঁটা।

03/12/2025

✍️কোঁচ ৰাজবংশী জনগোষ্ঠীৰ ST দিয়া আৰু পুনৰ কমতাপুৰ ৰাজ্য গঠনৰ ওপৰত
AKRASUসাধাৰণ সম্পাদক অৰবিন্দ দাসৰ মন্তব্য..... ।

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when TAJ LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share