SATEZ Khobor

SATEZ Khobor The SATEZ Khobor is a multilingual page created for publishing news and information.

07/11/2025

বঙাইগাঁৱত ৰাস পূজা

06/11/2025

এই দুৰ্ভগীয়া লোকজন সোঁ ভৰিৰ ঘাঁৰ সৈতে পথৰ দাতিত পাৰ কৰিছিল দিনবোৰ। লোকজনক তেনে অৱস্থাত দেখি হিমাঞ্জন চৌধুৰীয়ে মাৰৱাৰী যুৱ মঞ্চক খবৰ দিয়ে। মাৰৱাৰী যুৱ মঞ্চৰ মনিশ লাখতিয়াই লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ভৰিৰ ঘাঁৰ পৰা ২০০ত কৈয়ো অধিক পোক নিষ্কাশন কৰা হয়। চিকিৎসাৰ অন্তত লোকজনক চাপাগুৰিস্থিত মিছনাৰী অফ চেৰিটিত ৰখা হয়।

06/11/2025

হিয়াৰ আমঠু জুবিন গাৰ্গে গীত লিখিবলৈ কৈছিল গীতিকাৰ সমৰজ্যোতি ৰায়ক

05/11/2025

বঙাইগাঁও শাখা সাহিত্য সভা ভৱনত ড. ভূপেন হাজৰিকা দেৱৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

04/11/2025

শিল্পী তথা শিক্ষক নিপুণ দাসৰ কেনেদৰে জুবিন গাৰ্গৰ সৈতে সাক্ষাৎ কৰি কৰমৰ্দন(হেণ্ডছেক) কৰাৰ সৌভাগ্য হৈছিল।

03/11/2025

বঙাইগাঁৱৰ জলি মেক্স চিনেমাত জুবিন গাৰ্গৰ “ৰৈ ৰৈ বিনালে” ছবিখনৰ প্ৰৰ্দশনীৰ পিছত দৰ্শকৰ প্ৰতিক্ৰিয়া

03/11/2025

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান। তেখেতৰ আত্মাই শান্তি লাভ কৰক।

02/11/2025

জলি মেক্স চিনেমাৰ ওডি-২ৰ প্ৰৰ্দশন পুণৰ সক্ৰিয় কৰিবলৈ, জলি মেক্স কতৃপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে তথা ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

01/11/2025

মাতৃৰ কেঞ্চাৰ, আৰ্থিক অনাটনৰ বাবে কৰিব পৰা নাই চিকিৎসা তথা দুজনি কন্যা সন্তানে দিব পৰা নাই পৰীক্ষা, ৰাইজৰ সহায়ৰ আৱশ্যক, স্ক্ৰীনত দিয়া QR Codeত দিব পাৰিব সাহায্য।

31/10/2025

কান্দোনত ভাগি পৰিল জুবিন অনুৰাগী, “ৰৈ ৰৈ বিনালে” চাই দৰ্শকৰ প্ৰতিক্ৰিয়া। বঙাইগাঁও ইউনিৰ্ভাচেল চিনেমাৰ পৰা মিতালী চৌধুৰীৰ বিশেষ প্ৰতিবেদন।

30/10/2025

হিয়াৰ আমঠু সচাকৈয়ে সৰল জুবিন গাৰ্গে কত লুচি ভাজি বনাইছিল আৰু কতনো মাৰ্বল খেলিছিল, মীনা দেৱীৰ অভিজ্ঞতাৰে

29/10/2025

নিকিতা ৰয়ৰ কণ্ঠত জুবিন গাৰ্গৰ গীত “মায়াবিনী”, স্থানঃ বঙাইগাঁও গান্ধী ময়দান, অসম গ্ৰন্থ মেলা|

Address

Borpara, Main Road, Near Indian Oil Petrol Pump
Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when SATEZ Khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SATEZ Khobor:

Share