SB Axom Media

SB Axom Media (SB Axom Media) আমাৰ এই পেজৰ জৰিয়তে আপোনালোক অসম তথা ভাৰতৰ প্ৰতিদিনৰ গুৰুত্বপূর্ণ খবৰসমূহ জানিব পাৰিব।।

27/07/2025

📌27 July Assamese Top News | Himanta News Today | ২০হাজাৰ মুছলমানক লগত লৈ ৰাজপথ কপাব অখৈল গৈগৈ!

26/07/2025

26 July Assamese Top News | Himanta News Today | ১১আগষ্টত অসম কপাব আমছুৱে, চেলেঞ্জ হিমন্তক | এইবাৰ মধ্য অসমত চলিব বৃহৎ উচ্ছেদ!

25/07/2025

25 July Assamese Top News | Himanta News Today | জাতি বচাবলৈ খিলঞ্জীয়াৰ হাতত বন্দুক দিব হিমন্তই!

23/07/2025

23 July Assamese Top News | Himanta News Today | ১আগষ্টত অসম বন্ধ স্তব্ধ হ'ব ৰাজ্য, ১৩টা সংগঠনে ঘেৰাও কৰিব হিমন্তৰ ঘৰ!

21/07/2025

21July Assamese News | ৰাজ্যৰ প্ৰতিটুকুৰা ভূমি সন্দেহযুক্ত বাংলাদেশী পৰা মুক্ত কৰিব মূখ্যমন্ত্ৰীয়ে, উচ্ছেদৰ বিৰুদ্ধে দিল্লীত ABMSU-ৰ উত্তাল প্ৰতিবাদ!

12/07/2025

উচ্ছেদৰ বিৰুদ্ধে AAMSU-ৰ প্ৰতিবাদত কপিছে সমগ্ৰ ৰাজ্য, ভাঙি পেলোৱা হৈছে বহু পুৰনি মছজিদ! মুছলমানসকলৰ মাজত কান্দোনৰ ৰোল!

29/06/2025

এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ

অভয়াপুৰীত মুকলি নিচামুক্তি কেন্দ্ৰ:

অভয়াপুৰী, ২৭ জুন: অভয়াপুৰীত নতুনকৈ মুকলি হ’ল এটা নিচামুক্তি কেন্দ্ৰ ৷ অভয়াপুৰীৰ মহাত্মা গান্ধী পথত নতুনকৈ মুকলি হ’ল নিচামুক্তি কেন্দ্ৰটো ৷ এসময়ত নিচাজাতীয় দ্ৰব্য সেৱন কৰা যুৱকে আজি নিজেই অভয়াপুৰীত মুকলি কৰিলে এই নিচামুক্তি কেন্দ্ৰ ৷ যুৱক কেইজনৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে ৷
ত্ৰিশজন নিচাসক্ত ব্যক্তিক চিকিৎসা কৰিব পৰা ব্যৱস্থাৰে মুকলি কৰা হৈছে কেন্দ্ৰটি ৷ হিৰক জ্যোতি ডেকা, প্ৰিতম দাস আৰু হিমাংশু দাস নামৰ যুৱক কেইজনৰ বিশেষ উদ্যোগত অভয়াপুৰীত মুকলি কৰা হৈছে এই নিচা মুক্তি কেন্দ্ৰটো ৷ আগলৈ অধিক নিচাসক্ত লোকক চিকিৎসা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে
KARMA FOUNDATION নিচা মুক্তি কেন্দ্র যোগাযোগৰ নম্বৰ- 99572 59011

13/06/2025
06/06/2025

📌আজি উত্তৰ ছাতিপুৰ হাতীপোতা ৰাজা মছজিদৰ প্ৰাক্তন ইমাম মৌলানা মহম্মদ আলিমুল হক চাহাবক মছজিদ প্ৰাংগনত বিদায়ী সম্বৰ্দ্ধনা জনোৱা হয়, বিগত দুটা বছৰ উত্তৰ ছাতিপুৰ হাতীপোতা ৰাজা মছজিদত ইমামতি কৰি আহিছিল মৌলানা মহম্মদ আলিমুল হক চাহাব।

Today Out CBSC Class 12th  Result.Check Your Result CBSC.gov.in Website
13/05/2025

Today Out CBSC Class 12th Result.
Check Your Result CBSC.gov.in Website

09/05/2025

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when SB Axom Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share