E - News Assam

E - News Assam বঙাইগাওঁ

07/08/2022
05/08/2022

Nice song

আপোনাৰ প্ৰতিক্ৰিয়া ?
11/10/2021

আপোনাৰ প্ৰতিক্ৰিয়া ?

19/09/2021

দুটা সন্তানৰ পিতৃৰ মানসিক আৰু যৌন নিৰ্যাতন সহ্য কৰিব নোৱাৰি এগৰাকী ছাত্ৰীয়ে
বাচি ললে আত্মহননৰ পথ।

ৰাইজৰ মতামত!
19/09/2021

ৰাইজৰ মতামত!

ডিব্ৰুগড়ৰ বেংকত লজ্জাজনক ঘটনাৰ দোষীক গ্ৰেপ্তাৰ।১৪ ছেপ্তেম্বৰত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড৷ এগৰাকী মহিলাক কাউন্টাৰত ধ...
16/09/2021

ডিব্ৰুগড়ৰ বেংকত লজ্জাজনক ঘটনাৰ দোষীক গ্ৰেপ্তাৰ।

১৪ ছেপ্তেম্বৰত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড৷ এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ ওৰফে ৰিতু নন্দেশ্বৰ শেনছোৱাক।

14/09/2021

"অসমত সভ্যতাৰ মুখ নেদেখা একাংশৰ অসভ্যালি"
পূৰ্বতে এগৰাকীক বিয়া কৰাই আৰু আন এজনীয়ে পত্নী বুলি দাবী"
"তাৰ পিছতে মদৰ নিচাত যুদ্ধ দুয়ো গৰাকীৰ"
"এই দৃশ্য হৈছে লখিমপুৰৰ"
(অসম্পাদিত ৰূপত প্ৰকাশ)

▶️দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিন ধৰি উদযাপন কৰা হ'ব▶️১৭ ছেপ্টেম্বৰৰ পৰা হ'ব জন্মদিনৰ কাৰ্যসূচী। ৭১ তম ...
14/09/2021

▶️দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিন ধৰি উদযাপন কৰা হ'ব
▶️১৭ ছেপ্টেম্বৰৰ পৰা হ'ব জন্মদিনৰ কাৰ্যসূচী। ৭১ তম জন্মদিনত ৩৯ খন সাংগঠনিক জিলাত বিজেপি কৰ্মকৰ্তাই সেৱাই সংগঠন কাৰ্যসূচী পালন কৰিব
▶️১৫ হাজাৰ বুঠৰ নামঘৰ আৰু মন্দিৰত শৰাই আগবঢ়াব
▶️সংবাদমেল পাতি ঘোষণা কৰিলে ৰাজ্যিক বিজেপিয়ে

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ প...
14/09/2021

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে, তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে। শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ বছৰেকীয়া আয় ২ লাখৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকী যদি পতিয়ন যায়, তেওঁ তেনে ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব। মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব।

14/09/2021

ICFAI University Tripura has been ranked 2nd among the Top Engineering Colleges of Excellence (Govt. & Pvt) in India by CSR GHRDC 2021,

Address

Bongaigaon

Telephone

+917637035051

Website

Alerts

Be the first to know and let us send you an email when E - News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share