Newsroom Assam Axomiya

Newsroom Assam Axomiya Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Newsroom Assam Axomiya, Media/News Company, Bongaigaon.

08/06/2021

বিজনীত আমছু প্রতিবাদ কাৰ্যসূচী

চিৰাঙৰ বিজনীত সোমবাৰে আমছুৰ ক'লা বেজ পৰিধান কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয় । ৰাজ্যজুৰি সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত চলি থকা উচ্ছেদৰ প্ৰতিবাদত এই কাৰ্যসূচী । বিজনী চহৰস্থিত বিজনী জিলা আমছুৰ অস্থায়ী কাৰ্যালয়ত ৰূপায়ণ হয় এই কাৰ্যসূচী। পিছত বিজনী মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

বিজনীৰ পৰা অজয় বসাক ।

07/06/2021

লংকাৰ কাকী দুহেজাৰ বিঘা কাকিনী ফাৰ্মৰ ভূমি সংৰক্ষণ বিভাগৰ ভূমিত হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।বাগানখনৰ ২৭৫ বিঘা ভূমিত অবৈধ বেদখল কৰি ১০০ বিঘাৰো অধিক ভূমিত হালধি-কুঁহিয়াৰ খেতি।গাঁও পাতি বসবাস কৰিচিল সন্দেহজনক ১৫ টাৰো অধিক পৰিয়াল
লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকী দুহেজাৰ বিঘা কাকিনী ফাৰ্মৰ ৰবৰ বাগানত আজি সন্দেহজনক অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে হোজাই জিলা প্ৰসাশনে চলালে উচ্ছেদ অভিযান।লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাকেশ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষী-প্ৰশাসনৰ এক বিশাল বাহিনীৰ উপস্থিতিত অঞ্চলটোত পুৱা ৯বজাৰ পৰা
চলিল এই উচ্ছেদ অভিযান।অভিযানত বাগানখনৰ ভূমিত অবৈধভাৱে বে-দখল কৰি থকা ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ জেচিবিৰে ভাঙি চুৰমাৰ কৰাৰ লগতে বাগানখনৰ ১০০ বিঘাৰো অধিক ভূমিত অবৈধভাৱে কৰা কুঁহিয়াৰ-হালধি খেতি নষ্ট কৰে।

25/03/2021

অহাকালৈ হিমন্ত বিশ্বশৰ্মাৰ আগমন লামডিঙত

ৰেলনগৰী লামডিঙত লমডিঙ সমষ্টিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ অহা কালি প্ৰচাৰ চলাবলৈ আৰু লামডিং বাসী ৰাইজৰ মন জয় কৰিবলৈ লামডিঙ উপস্থিত হ'ব হিমন্ত বিশ্ব শৰ্মা ।
সম্ভৱত বাইক ৰেলি কৰিব পাৰে।
সমাগত বিধানসভা নিৰ্বাচন নিৰ্বাচনৰ ৰনডংকা বজাবলৈ আহি আছে লামডিঙ শহিদ ময়দানত ।
লামডিঙ সমষ্টিৰ বিজেপিৰ যুবমৰ্চাৰ কাৰ্য্যকতাৰ উৎফুলিত দেখা গৈছে ।

25/03/2021

92 নং লামডিং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ বিজেপিৰ মহিলা মৈৰচাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

বিধানসভা নিৰ্বাচিত ওচৰ চাপি অহাৰ লগতে প্ৰতিটো ৰাজনৈতিক দলেই অব্যাহত ৰাখিছে নিজা নিজা প্ৰচাৰ অভিযান।

লামডিংৰ লৈ এই প্ৰচাৰ অভিযান অতি তীব্ৰ হয় পৰিছে। লামডিং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ আজি লামডিং মেন বজাৰত ত্রখ বিষাল পদ যাত্রা কৰি প্ৰতিটু দোকানে দোকানে ভোট বিছাৰি প্ৰচাৰ চলাই লামডিং বিজেপিৰ মহিলা মৈৰচাৰ নেত্রী তথা কৰ্মী ।

16/03/2021

BREAKING NEWS UMDING:--- প্ৰাক্তন মন্ত্ৰী তথা বিৰুধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে মুকলি কৰিলে লামডিং সমষ্টিৰ প্ৰথম খন নিৰ্বাচনি কাৰ্যালয়। হোজাই জিলাৰ তিনিওঁ খন আসন লাভ কৰিব কংগ্ৰেছ এ, আই, ইউ, ডি, এফ মহা মিএ জোটে আৰু কি কি মন্তব্য কৰিলে স বিশেষ চাওঁক আমাৰ এই প্ৰতিবেদনত।

Address

Bongaigaon

Telephone

+918724973137

Website

Alerts

Be the first to know and let us send you an email when Newsroom Assam Axomiya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share