Batori NE

Batori NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Batori NE, Media/News Company, NEAR NH31, Bongaigaon.

01/12/2025

গণ সুৰক্ষা পাৰ্টিৰ পৰা এগৰাকী মহিলা এমচিএলএ শপতগ্ৰহণ কৰাৰ পিছত গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি তথা প্ৰাক্তন সাংসদ নব কুমাৰ শৰণীয়াৰ প্ৰথম মন্তব্য ।

বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনায় শৰণীয়া ডাঙৰীয়াই।






01/12/2025

বিটিচিৰ মনোনীত সদস্য হিচাপে শপতগ্ৰহণ কৰাৰ পিছত গণ সুৰক্ষা পাৰ্টিৰ মুখ্য উপদেষ্টা হেমপ্ৰভা দেৱীৰ প্ৰথম মন্তব্য ।

After taking oath as a nominated member of the BTC, Smt. Hemaprava Devi, the Chief Advisor of the Gana Suraksha Party, made her first remark.





01/12/2025

ABSU আৰু UPPL-ক লৈ হাগ্ৰামা মহিলাৰীৰ অদ্ভুত মন্তব্য ।





01/12/2025

BPF-ৰ চৰকাৰ গঠন হোৱাৰ পিছত BTC-ৰ প্ৰথম শীতকালীন অধিৱেশন আৰম্ভ ।

অধিৱেশনক লৈ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ মন্তব্য ।






অসমৰ ৰাজ্যপালে ঘোষণা কৰা বিটিচিৰ ৬-জন মনোনীত এমচিএলএৰ অৰ্ডাৰ।
01/12/2025

অসমৰ ৰাজ্যপালে ঘোষণা কৰা বিটিচিৰ ৬-জন মনোনীত এমচিএলএৰ অৰ্ডাৰ।





The Hon’ble Governor of Assam has approved the six nominated MCLAs of the BTC.
01/12/2025

The Hon’ble Governor of Assam has approved the six nominated MCLAs of the BTC.



Are the Koch and Rajbongshi communities truly separate?Smt. Hemprabha Devi, the central chief advisor of the GSP party f...
01/12/2025

Are the Koch and Rajbongshi communities truly separate?

Smt. Hemprabha Devi, the central chief advisor of the GSP party from the Koch community, and Shri Karmeswar Roy, former president of AKRSU and current executive member of KAC from the Rajbongshi community, have been selected as nominated MCLAs of the BTC.

Is there really a conspiracy going on?
To divide the Koch–Rajbongshi community into two separate groups: Koch and Rajbongshi?

Please share your opinion.

কোচ আৰু ৰাজবংশী জনগোষ্ঠী সঁচাই পৃথক নে ?

কোচ জনগোষ্ঠীৰ পৰা জিএছপি দলৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা হেমপ্ৰভা দেৱী আৰু ৰাজবংশী জনগোষ্ঠীৰ পৰা আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কেএচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ক BTC-ৰ মনোনীত MCLA হিচাপে নিৰ্বাচিত কৰিছে।

সঁচাই ষড়যন্ত্ৰ চলি আছে নেকি ?
কোচ - ৰাজবংশী জনগোষ্ঠীক কোচ আৰু ৰাজবংশী দুটা ভাগত ভাগ কৰিবলৈ ?

জনাওক আপোনাৰ মতামত।






কোচ জনগোষ্ঠীৰ পৰা BTC-ৰ মনোনীত MCLA হিচাপে গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা হেমপ্ৰভা দেৱী মনোনীত।
01/12/2025

কোচ জনগোষ্ঠীৰ পৰা BTC-ৰ মনোনীত MCLA হিচাপে গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা হেমপ্ৰভা দেৱী মনোনীত।






BTC-ৰ মনোনীত MCLA-ৰ বাবে ৰাজবংশী জনগোষ্ঠীৰ পৰা কৰ্মেশ্বৰ ৰায় মনোনীত।
01/12/2025

BTC-ৰ মনোনীত MCLA-ৰ বাবে ৰাজবংশী জনগোষ্ঠীৰ পৰা কৰ্মেশ্বৰ ৰায় মনোনীত।




বিটিচিৰ ৬-জন মনোনীত এমচিএলএৰ নাম ঘোষণা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ।
01/12/2025

বিটিচিৰ ৬-জন মনোনীত এমচিএলএৰ নাম ঘোষণা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ।




ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাত দাখিল হোৱাৰ পিছতেই CCTOA নামৰ সংগঠনটোৰ প্ৰতিক্ৰিয়া ।
30/11/2025

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাত দাখিল হোৱাৰ পিছতেই CCTOA নামৰ সংগঠনটোৰ প্ৰতিক্ৰিয়া ।





ছয় জনগোষ্ঠীৰ নেতৃবৰ্গ একেলগে আলোচনা কৰি ঐক্যবদ্ধভাৱে আগুৱাই যাবলৈ প্ৰস্তুত হৈ আছে আৰু আজি গুৱাহাটিত এক সৌহাদ্যপূৰ্ণ আলোচ...
27/11/2025

ছয় জনগোষ্ঠীৰ নেতৃবৰ্গ একেলগে আলোচনা কৰি ঐক্যবদ্ধভাৱে আগুৱাই যাবলৈ প্ৰস্তুত হৈ আছে আৰু আজি গুৱাহাটিত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।

জানিবলৈ পোৱা মতে যদি চৰকাৰে চলি থকা অসম বিধানসভা অধিেৱেশনত জনজাতিকৰণৰ কাৰণে প্ৰস্তুত কৰা প্ৰতিবেদনখন বিধানসভাত দাখিল কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে বিহিত ব্যৱস্হা গ্ৰহণ নকৰে, তেন্তে ছয় জনগোষ্ঠীৰ ৰাইজে একেলগে মিলি ঐক্যবদ্ধভাৱে গোটেই অসমত জোৰদাৰ আন্দোলন গঢ়ি তুলিব আৰু লগতে ছয়-জনগোষ্ঠীৰ বিষয়ববীয়াই বহুকেইটা গুৰত্বপূৰ্ণ বিষয় লৈ আজি এক আলোচনাত মিলিত হয়।

লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতা কৰা ট্ৰাইবেল সংঘ, ABSU আদিকে ধৰি বহুকেইটা সংগঠনক জনজাতিকৰণৰ বিৰোধীতা নকৰিবলৈ আহ্বান জনায় আৰু আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ।





.

Address

NEAR NH31
Bongaigaon
783380

Telephone

+916000866081

Website

Alerts

Be the first to know and let us send you an email when Batori NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Batori NE:

Share