Tough Life 07

Tough Life 07 আপুনি ভিতৰৰ পৰা ভাঙি গৈছে
সেইটো কাকো বুজিবলৈ নিদিব,
কাৰণ মানুহে ভঙা ঘৰৰ ইটা পর্যন্ত খুলি লৈ যায়।

30/08/2025

“ধৰ্মেৰে বিভাজন হোৱা উচিত নহয়, কাৰণ অসম মানে বহুত ধৰ্ম, ভাষা আৰু সংস্কৃতিৰে গঢ়ি উঠা একেই মাটিৰ গাঁথনি।” 🌾

26/08/2025

“সপোন দেখিবলৈ ভয় কৰিব নালাগে, কাৰণ সপোনে সফলতাৰ প্ৰথম পদক্ষেপ।” ✨

26/08/2025

“সংগ্ৰাম নকৰিলে সফলতা আহিব নোৱাৰে, আশা নাছাৰিলে জীৱনৰ পথত কামিয়াবী নিশ্চিত।” 💪

“জীৱনত কষ্টৰ সময় খন অস্থায়ী, কিন্তু চেষ্টা কৰা মানুহৰ সফলতা স্থায়ী।” ✨
25/08/2025

“জীৱনত কষ্টৰ সময় খন অস্থায়ী, কিন্তু চেষ্টা কৰা মানুহৰ সফলতা স্থায়ী।” ✨

25/08/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

10/08/2025

আগতে শুনিছিলো গৰু চোৰ ওলাইছে এতিয়া আকৌ শুনা পাও ভোট চোৰ ওলাইছে 😁

Shout out to my newest followers! Excited to have you onboard! Gardaou Nagwou, Sunita Basumary
05/07/2025

Shout out to my newest followers! Excited to have you onboard! Gardaou Nagwou, Sunita Basumary

30/05/2025
07/01/2025

ঈশ্বৰে কেৱল তেওঁলোকক হে দিয়ে যিসকলে মুক্ত মনে দুখীয়াৰ মাজত দান কৰিব জানে, সেয়া লাগিলে ধন-সম্পত্তি হওঁক বা সুখ-শান্তিয়েই হওঁক ।

07/01/2025

মইও জীৱনত মুক্তভাৱে উৰি ফুৰিবলৈ ভাল পাওঁ, কিন্তু ঘৰৰ দায়িত্ববোৰে হে কঠোৰ কৰি দিয়ে ।

11/12/2024

যদি আপুনি কেতিয়াবা জীৱনত সমস্যাৰ সন্মুখীন হয়, কাৰো পৰা সহায় নিবিচাৰিব কিয়নো সমস্যাটো অস্থায়ী আৰু সহানুভূতি আজীৱন থাকে।

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
23/10/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Tohij Mandal, Nur Alom Ali, Rohim Badsha

Address

Bongaigaon
Bongaigaon
783393

Telephone

+919101163048

Website

Alerts

Be the first to know and let us send you an email when Tough Life 07 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tough Life 07:

Share