UPPL Youth Genaration

UPPL Youth Genaration সদায় সত্য আৰু শান্তিৰ পথত।।

11/09/2025

Joining program at Tangabari Under Kodamtola Primary

#আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ

Pramod Boro
United People's Party Liberal -UPPL Rwngwra Narzary Nirmal Kr. Brahma 15 no Kajalgaon

02/09/2025

নাঙল শেষ 😭😭🤣😂😅

#আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ

United People's Party Liberal -UPPL Chirang BPF

01/09/2025
28/08/2025

এইবাৰ ১৫ নং কাজলগাওঁ পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী শ্ৰী চন্দন ব্ৰহ্মৰ ১০০% জয় নিশ্চিত।

#আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ

Pramod Boro
United People's Party Liberal -UPPL Rwngwra Narzary Nirmal Kr. Brahma 15 no Kajalgaon

23/08/2025

১৫ নং কাজলগাঁও সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী শ্ৰীচন্দন ব্ৰহ্মক আদৰণি জনোৱাৰ বাবে এক বৃহৎ বাইক ৰেলীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত শ শ সমৰ্থকৰ উৎসাহী অংশগ্ৰহণ আকৰ্ষণ কৰি সমগ্ৰ অঞ্চলটোত এক বিদ্যুৎস্পৃষ্ট পৰিৱেশৰ সৃষ্টি হয়।

শক্তি, শ্লোগান, ত্ৰিৰংগ পতাকাৰে ভৰা এই সমাৱেশত শ্ৰীচন্দন ব্ৰহ্মৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি থকা জনসাধাৰণৰ উৎসাহ আৰু আস্থা প্ৰদৰ্শিত হয়। এই অনুষ্ঠানটো কেৱল শক্তিৰ প্ৰদৰ্শন নহয়, আশা, প্ৰগতি, গণতান্ত্ৰিক মনোভাৱৰ উদযাপন আছিল।

#আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ



Pramod Boro
Nirmal Kr. Brahma Rwngwra Narzary
United People's Party Liberal -UPPL
15 no Kajalgaon

22/08/2025

A Grand Wellcome Rally to Sri Chandan Brahma, UPPL Nominated Candidate From 15 No Kajalgaon (ST) BTCLA Constituency

#আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ

Pramod Boro
United People's Party Liberal -UPPL

A grand Welcome rally to Candidate Sir Chandan Brahma from Dhaligaon to Kajalgaon Bazar. Time 4.00 PMDate 22-08-2025Plac...
22/08/2025

A grand Welcome rally to Candidate Sir Chandan Brahma from Dhaligaon to Kajalgaon Bazar.

Time 4.00 PM
Date 22-08-2025
Place : Dhaligaon Diary Farm

Pramod Boro
United People's Party Liberal -UPPL 15 no Kajalgaon

১৫ নং কাজলগাওঁ পৰিষদীয় জনজাতীয় সমষ্টিৰ ইউ পি পি এলৰ দলৰ প্ৰাৰ্থী শ্ৰী চন্দন ব্ৰহ্মক আপুনিও জনাওক শুভেচ্ছা।   #আকৌ_এবাৰ...
22/08/2025

১৫ নং কাজলগাওঁ পৰিষদীয় জনজাতীয় সমষ্টিৰ ইউ পি পি এলৰ দলৰ প্ৰাৰ্থী শ্ৰী চন্দন ব্ৰহ্মক আপুনিও জনাওক শুভেচ্ছা।

#আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ

Pramod Boro
United People's Party Liberal -UPPL 15 no Kajalgaon

09/08/2025

প্ৰমোদ বড়ো চৰকাৰে বিটিআৰত শান্তি লগতে বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰি আহিছে। ১৭ বছৰত হাগ্ৰামা মহিলাৰী চৰকাৰে কৰিব নোৱাৰা কাম প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰ সম্পূৰ্ণ নোহোতে কৰি দেখুৱালে। বিভিন্ন অঞ্চলৰ লগতে বান্দুগুৰী গাঁওতো উন্নয়নৰ কাম চলি আছে। সেইবাবে বান্দুগুৰীৰ ৰাইজ এইখন চৰকাৰক লৈ সন্তুষ্ট আৰু আগন্তুক দিনতো প্ৰমোদ বড়ো চৰকাৰে বিচাৰে। #আকৌ_এবাৰ_প্ৰমোদ_চৰকাৰ।



United People's Party Liberal -UPPL Pramod Boro 15 no Kajalgaon

05/09/2023

ABMSU ৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশনত লোকেল গায়েক জাহাংগিৰে শ্বহীদ লাফিকুলৰ বাবে স্মৃতিমূলক এটা গান গালে।।

এবিএমছুৰ কেন্দ্ৰীয় অষ্টম দ্বি বাৰ্ষিক অধিবেশনত ছালাকাটি লৈ বান্দুগুৰী-হাস্ৰাওবাৰী আঞ্চলিকৰ অন্তৰ্গত বান্দুগুৰী শাখা সমি...
03/09/2023

এবিএমছুৰ কেন্দ্ৰীয় অষ্টম দ্বি বাৰ্ষিক অধিবেশনত ছালাকাটি লৈ বান্দুগুৰী-হাস্ৰাওবাৰী আঞ্চলিকৰ অন্তৰ্গত বান্দুগুৰী শাখা সমিতি তৰফৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ

Address

Bongaigaon

Telephone

+919954576937

Website

Alerts

Be the first to know and let us send you an email when UPPL Youth Genaration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to UPPL Youth Genaration:

Share