
16/07/2024
ভোট দিয়াৰ পিছত চিয়াঁহী লগা আঙুলিটো ফটো মাৰি চচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ফূৰ্তি কৰাকে লোকতন্ত্ৰ নকয়, জনতাৰ প্ৰাপ্য অধিকাৰ বিচাৰি চৰকাৰক আঙুলি দেখুৱাই প্ৰশ্ন কৰাটোও লোকতন্ত্ৰ ।
ভৰি চেলেকা মানুহে সকলো ঠাইতে সুবিধা পায়।
সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক বা কৰ্মক্ষেত্ৰতেই হওক তেওঁলোকে সব্বোৰ্চ সুবিধা পায়👍
ক'বলৈ গলে এই ভৰি চেলেকাৰ এটা জাতেই থাকে।
তেওঁলোক না কাৰোবাৰ বিশ্বস্ত, না কাৰোবাৰ নিজস্ব লোক, তেওঁলোক হ'ল সুবিধাবাদী...মেৰুদণ্ডহীন🫣