AKASH " a socio-cultural society Manikpur, Bongaigaon.

AKASH " a socio-cultural society Manikpur, Bongaigaon. Entertainment,entertainment,entertainment Nothing

12/09/2025
আধুনিক অসমৰ অন্যতম মহান স্বপ্নদ্ৰষ্টা, ভাৰত ৰত্ন, জনতাৰ জয়গানেৰে আমাৰ সমাজক একতাৰ ডোলেৰে বান্ধি থৈ যোৱা সংগীতসূৰ্য ড° ভ...
08/09/2025

আধুনিক অসমৰ অন্যতম মহান স্বপ্নদ্ৰষ্টা, ভাৰত ৰত্ন, জনতাৰ জয়গানেৰে আমাৰ সমাজক একতাৰ ডোলেৰে বান্ধি থৈ যোৱা সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক আজি তেখেতৰ জন্ম শতবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।🙏

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ০২ ছেপ্তেম্বৰৰ পৰা ০৪ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ভবেন বৰুৱা সোঁৱৰণী সদৌ অসম শিশু না...
02/09/2025

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ০২ ছেপ্তেম্বৰৰ পৰা ০৪ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ভবেন বৰুৱা সোঁৱৰণী সদৌ অসম শিশু নাট প্ৰতিযোগিতা নলবাৰী নাট্য মন্দিৰলৈ বুলি যাত্ৰা ।
নাট : " আমাৰো যে কিমান হেপাঁহ । "
ৰচনা : মানস ৰনজন ।
পৰিচালনা : নিন্টু ৰায় ।

আহিব , লগ পাম । ゚viralfbreelsfypシ゚viral
31/08/2025

আহিব , লগ পাম ।

゚viralfbreelsfypシ゚viral

কালি ২৪/০৮/২০২৫ ইং কাঁচদহাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ আগমুহুৰ্তত "আকাশ গোষ্ঠী"ৰ শিল্পীবৃন্দ..।
25/08/2025

কালি ২৪/০৮/২০২৫ ইং কাঁচদহাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ আগমুহুৰ্তত "আকাশ গোষ্ঠী"ৰ শিল্পীবৃন্দ..।

13/08/2025

মুখা...The Mask.

Coming soon.

゚viralシfypシ゚viralシalシ ゚viralfbreelsfypシ゚viral

বহু কালজয়ী নাটকৰ শ্ৰষ্টা,অভিনেতা,পৰিচালক,গীতিকাৰ শ্ৰদ্ধাৰ হেমন্ত দত্ত দেৱ আৰু আমাৰ মাজত নাই। নিয়তিয়ে কাঢ়ি নিলে সাংস্কৃতি...
11/08/2025

বহু কালজয়ী নাটকৰ শ্ৰষ্টা,অভিনেতা,পৰিচালক,গীতিকাৰ শ্ৰদ্ধাৰ হেমন্ত দত্ত দেৱ আৰু আমাৰ মাজত নাই। নিয়তিয়ে কাঢ়ি নিলে সাংস্কৃতিক জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰক আমাৰ মাজৰ পৰা । মানি ল'বলৈ টান লাগিছে যদিওবা তেওঁৰ সৃষ্টি ৰাজি সদায় সজীৱ হৈ থাকিব আমাৰ সকলোৰে মানস পটত। তেওঁলৈ "আকাশ গোষ্ঠী"ৰ পৰিয়ালৰ তৰফৰ পৰা যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি । আপোনাৰ বিদেহ আত্মা সৰগত স্থান লাভ কৰক তাৰেই কামনা কৰিছোঁ ।

আজিৰে পৰা শিৱসাগৰ যুৱ দল প্ৰেক্ষাগৃহ,  শিৱসাগৰত অনুষ্ঠিত সদৌ অসম শিশু নাট সমাৰোহ-২০২৫  লৈ বুলি "আকাশ গোষ্ঠী" মাণিকপুৰ, ব...
29/07/2025

আজিৰে পৰা শিৱসাগৰ যুৱ দল প্ৰেক্ষাগৃহ, শিৱসাগৰত অনুষ্ঠিত সদৌ অসম শিশু নাট সমাৰোহ-২০২৫ লৈ বুলি "আকাশ গোষ্ঠী" মাণিকপুৰ, বঙাইগাঁওৰ নাট্য যাত্ৰা ।

゚viralシypシ゚

"আকাশ গোষ্ঠী" মাণিকপুৰ,বঙাইগাঁওৰ উদ্যোগত যোৱা ০৩ জুলাইৰ পৰা ১৭ জুলাই, ২০২৫ খ্ৰী:লৈ অনুষ্ঠিত দ্বাদশ বাৰ্ষিক গ্ৰীষ্মকালীন ...
28/07/2025

"আকাশ গোষ্ঠী" মাণিকপুৰ,বঙাইগাঁওৰ উদ্যোগত যোৱা ০৩ জুলাইৰ পৰা ১৭ জুলাই, ২০২৫ খ্ৰী:লৈ অনুষ্ঠিত দ্বাদশ বাৰ্ষিক গ্ৰীষ্মকালীন "নাট, আধুনিক নৃত্য আৰু বিহু নাচ ও ঢোল বাদন " কৰ্মশালাখনি যোৱা ২০ জুলাই, ২০২৫ তাৰিখে স্বৰ্গীয় জ্যোতি প্ৰাণ দাস সোঁৱৰণী এটি বিচিত্ৰানুষ্ঠানেৰে সামৰণি পৰে । উক্ত সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি কৰ্মশালাৰ শিক্ষাৰ্থী সকলে দুখনকৈ চুটি নাট পৰিৱেশন কৰাৰ লগতে বিহু নাচ ও ঢোল বাদন , আধুনিক নৃত্য পৰিৱেশন কৰে আৰু স্থানীয় শিল্পী শ্ৰদ্ধাৰ অমৰ দাস দেৱ , চকিহালী নিবাসী মৰমৰ অনামিকা বাইদেউ, পাতিলাদহাৰ মৰমৰ ভন্টি মৌচুমী ৰায় আৰু পাঠশালাৰ সঞ্জীৱ ভৰালীয়ে সংগীত পৰিৱেশন কৰে । উক্ত বিচিত্ৰানুষ্ঠানত আপোনালোকৰ উপস্থিতি আৰু সহায়-সহযোগিতাই আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে । এনেকৈয়ে আগলৈ মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আশা থাকিল ।
゚viralシfypシ゚viralシalシ AssamTime 6 I Love Manikpur NewsTime3

Address

Manikpur Tiniali Tempoo Stand
Bongaigaon
783392

Website

Alerts

Be the first to know and let us send you an email when AKASH " a socio-cultural society Manikpur, Bongaigaon. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share