The Greater Bongaigaon Press Club

The Greater Bongaigaon Press Club Press Club

30/01/2026

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিৰ্বাচিত অসমীয়া প্ৰতিদিনৰ সাংবাদিক সুজিৎ কুমাৰ ৰায়।

কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত The Assam Tribuneৰ তেজেশ ত্ৰিপাঠী।

সাধাৰণ সম্পাদক পদত অসমীয়া প্ৰতিদিনৰ ধৰম ৰঞ্জন ৰয়।

30/01/2026

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিৰ্বাচিত সুজিৎ কুমাৰ ৰায় ।

30/01/2026
30/01/2026
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন ৷সুজিত কুমাৰ ৰায়- সভাপতি৷তেজেশ ত্ৰিপাঠী- কাৰ্যকৰী সভাপতি ৷ধৰম ৰঞ্জন ৰয়- সাধ...
30/01/2026

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন ৷
সুজিত কুমাৰ ৰায়- সভাপতি৷
তেজেশ ত্ৰিপাঠী- কাৰ্যকৰী সভাপতি ৷
ধৰম ৰঞ্জন ৰয়- সাধাৰণ সম্পাদক নিৰ্বাচিত ৷

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত বঙাইগাঁও সাহিত্য উৎসৱ ২০২৬ ৰ আয়োজন ৷
22/01/2026

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত বঙাইগাঁও সাহিত্য উৎসৱ ২০২৬ ৰ আয়োজন ৷

বঙাইগাঁও  সাহিত্য উৎসৱ ৷
16/01/2026

বঙাইগাঁও সাহিত্য উৎসৱ ৷

বঙাইগাঁও সাহিত্য উৎসৱৰ প্ৰস্তুতি ৷স্থান-- জিলা পুথিভৰাল,বঙাইগাঁও
16/01/2026

বঙাইগাঁও সাহিত্য উৎসৱৰ প্ৰস্তুতি ৷
স্থান-- জিলা পুথিভৰাল,বঙাইগাঁও

বঙাইগাঁও  জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত দিবাকৰ নাথক গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা শুভেচ্ছাৰ লগতে স্বাগতম জনায় ৷সদ...
09/01/2026

বঙাইগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত দিবাকৰ নাথক গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা শুভেচ্ছাৰ লগতে স্বাগতম জনায় ৷
সদৰ চহৰৰ সাংবাদিক সকলৰ সৈতে এক চা-চিনাকি অনুষ্ঠানো অনুস্থিত হয় জিলা আয়ুক্ত কাৰ্যালয়ত ৷

08/01/2026

"বঙাইগাঁও সাহিত্য উৎসৱ "৷
গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন লগত সংগতি ৰাখি প্ৰথম বাৰৰ বাবে বঙাইগাঁও জিলা পুথি ভৰাল প্ৰেক্ষাগৃহৰ সন্মুখত অহা ২৯,৩০ আৰু ৩১ জানুৱাৰী লগতে ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব সাহিত্য,গীত,কবিতা আৰু কলা- সংস্কৃতিৰ এক মনোজ্ঞৰ অনুস্থান ৷

02/01/2026

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা সমূহ ৰাইজক ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো ৷

ধন্যবাদ
জিবিপিচি

16/11/2025

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলো ৷

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাব ৷
বঙাইগাঁও

Address

Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when The Greater Bongaigaon Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share