AR TIME Studio

AR TIME Studio Follow Us for daily Updates
Contact For Promotion - 8638276934

 উচ্চতম ন্যায়ালয়ৰ ৰায়১৯৭১ চনৰ ২৫ মার্চেই থাকিব বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ
17/10/2024

উচ্চতম ন্যায়ালয়ৰ ৰায়
১৯৭১ চনৰ ২৫ মার্চেই থাকিব বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ

জীৱনৰ ৫টা সত্য মাতৃতকৈ কোনেও বেছি ভালপাব নোৱাৰে, দুখীয়াৰ কোনো বন্ধু হ'ব নিবিচাৰে, সম্মান তেওঁহে পায় যাৰ টকা আছে,
17/10/2024

জীৱনৰ ৫টা সত্য মাতৃতকৈ কোনেও বেছি ভালপাব নোৱাৰে, দুখীয়াৰ কোনো বন্ধু হ'ব নিবিচাৰে, সম্মান তেওঁহে পায় যাৰ টকা আছে,

ধৈর্য ধৰা! সকলোৰে সময় চিৰদিন একেই নাথাকে। আজি তোমাৰ বেয়া দিন চলি আছে, এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব ॥ মাথোঁ তুমি কৰ্ম ...
16/10/2024

ধৈর্য ধৰা! সকলোৰে সময় চিৰদিন একেই নাথাকে। আজি তোমাৰ বেয়া দিন চলি আছে, এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব ॥ মাথোঁ তুমি কৰ্ম কৰি যোৱা।

ধৈর্য ধৰা! সকলোৰে সময় চিৰদিন একেই নাথাকে আজি তোমাৰ বেয়া দিন চলি আছে, এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব ॥ মাথোঁ তুমি কৰ্ম ক...
13/10/2024

ধৈর্য ধৰা! সকলোৰে সময় চিৰদিন একেই নাথাকে আজি তোমাৰ বেয়া দিন চলি আছে, এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব ॥ মাথোঁ তুমি কৰ্ম কৰি যোৱা।

জীৱনত যদি কিবা এটা বস্তু ঘূৰাই পোৱা তেন্তে তুমি কি ল'ব বিচাৰিবা। #কমেন্ট_কৰা।
12/10/2024

জীৱনত যদি কিবা এটা বস্তু ঘূৰাই পোৱা তেন্তে তুমি কি ল'ব বিচাৰিবা।

#কমেন্ট_কৰা।

মানুহ জন্মৰ পৰা কেতিয়াও মহান নহয়, কর্মই তেওঁক মহান কৰি তোলে!
11/10/2024

মানুহ জন্মৰ পৰা কেতিয়াও মহান নহয়, কর্মই তেওঁক মহান কৰি তোলে!

জীৱনত অহংকাৰ কৰিব নালাগে, কাৰণ ভাগ্য সলনি হৈ থাকে, ঠিক যেনেকৈ আইনাখন একেই থাকে, কিন্তু ছবি সলনি হৈ থাকে।
09/10/2024

জীৱনত অহংকাৰ কৰিব নালাগে, কাৰণ ভাগ্য সলনি হৈ থাকে, ঠিক যেনেকৈ আইনাখন একেই থাকে, কিন্তু ছবি সলনি হৈ থাকে।

অহংকাৰ অতি চুটি শব্দ। কিন্তু এই শব্দৰ ভিতৰত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ।
08/10/2024

অহংকাৰ অতি চুটি শব্দ। কিন্তু এই শব্দৰ ভিতৰত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ।

ভাল হ'লে মানুহে আপোনাক ঠগিব আৰু বেয়া হ'লে মানুহে আপোনাক চেলুট দিবলৈ বাধ্য হ'ব, সেয়া হ'ল সমাজ।
06/10/2024

ভাল হ'লে মানুহে আপোনাক ঠগিব আৰু বেয়া হ'লে মানুহে আপোনাক চেলুট দিবলৈ বাধ্য হ'ব, সেয়া হ'ল সমাজ।

Address

Bhandara Bazar, Manikpur
Bongaigaon

Alerts

Be the first to know and let us send you an email when AR TIME Studio posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share