Bongaigaon Barta

Bongaigaon Barta প্ৰতিটো বাতৰি পাই থাকিবলৈ পেজটো LIKE আৰু FOLLOW কৰিব।

15/09/2026

🎉📱 THE BIGGEST FESTIVE OFFER IS HERE! 📱🎉

This festive season, your favourite smartphones come with exciting premium gifts & lucky chances! 🛍️✨

🛵 Buy a mobile & get a chance to WIN a BRAND NEW SCOOTY!
🎁 10 Premium Gifts to be won
🏆 10 Lucky Winners during the offer period
📅 14 September – 30 November 2026

From Durga Puja to Diwali, make this festive season extra special with MS Mobile Hub! 🔥

📲 Avi nhi to kevi nhi… 😉
Follow us & stay tuned—because your next purchase could bring home more than just a new phone! 🎁

LuckyDraw PremiumGifts WinAScooty MobileOffers FestiveShopping

হাতিয়ে খেলিছে ফুটবল --
15/09/2026

হাতিয়ে খেলিছে ফুটবল --

15/09/2026

দুইটা নহয় তিনিটা পৰিষদীয় সমষ্টিত হ'ব উপ -নিৰ্বাচন

15/09/2026

অহা ১৭ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন ।

Shri Ganesh Chaturthi at Balaji Mandir, Bongaigaon.
14/09/2026

Shri Ganesh Chaturthi at Balaji Mandir, Bongaigaon.

বঙাইগাঁৱত উত্তম চক্ৰৱৰ্তীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা বিজেপিৰঅসম প্ৰিমিয়াৰ লীগৰ Barrak Legends দলৰ মুখ্য বেটিং প্ৰশিক্ষক...
14/09/2026

বঙাইগাঁৱত উত্তম চক্ৰৱৰ্তীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা বিজেপিৰ
অসম প্ৰিমিয়াৰ লীগৰ Barrak Legends দলৰ মুখ্য বেটিং প্ৰশিক্ষক তথা বঙাইগাঁৱৰ গৌৰৱ উত্তম চক্ৰৱৰ্তীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বিজেপিৰ কাৰ্য কৰ্তাই
ক্ৰিকেটৰ উন্নতিৰ লগতে যুৱ প্ৰতিভাসমূহক আগুৱাই নিয়াৰ ক্ষেত্ৰত উত্তম চক্ৰৱৰ্তীৰ অৱদানৰ বাবে বিজেপিৰ তৰফৰ পৰা তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জন্মদিনত সুস্বাস্থ্য, সুখ আৰু সফলতা কামনা কৰে।
ইফালে, দেশত ক্ৰিকেট আৰু ক্ৰীড়াৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাকো বিজেপিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

14/09/2026

বাংলাদেশত সংকট নাই বিদ্যুৎ ,নাই ৰন্ধন গেছ

14/09/2026

বঙাইগাঁৱৰ শালবাৰীত গণেশ পূজা অনুষ্ঠিত
যুৱ সংঘ কমিটিৰ উদ্যোগত বঙাইগাঁৱৰ শালবাৰীৰ ১২ নং ৱাৰ্ডৰ হৰি মন্দিৰৰ কাষত উলহ-মালহেৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী গণেশ পূজা।
গণেশ চতুৰ্থী উপলক্ষে আয়োজন কৰা এই পূজাত ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি ভগৱান গণেশৰ আশিস গ্ৰহণ কৰে। পূজাস্থলীত ভক্তৰ সমাগমে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।

14/09/2026

📱 বিশ্বকৰ্মা পূজা উপলক্ষে WECAN STORE-ৰ বিশেষ অফাৰ! 🎉
উত্তৰ বঙাইগাঁৱস্থিত WECAN STORE মোবাইল বিপণীয়ে বিশ্বকৰ্মা পূজা উপলক্ষে আগবঢ়াইছে বিশেষ অফাৰ।
📲 মোবাইল ক্ৰয় কৰিলেই লাভ কৰক আকৰ্ষণীয় ৰেহাই, লগতে আকৰ্ষণীয় উপহাৰ! 🎁
আপোনাৰ পছন্দৰ মোবাইল ক্ৰয় কৰিবলৈ আজিেই আহক WECAN STOREলৈ।
📞 যোগাযোগ: +91 91010 66387

বঙাইগাঁৱৰ শালবাৰীত গণেশ পূজা অনুষ্ঠিতযুৱ সংঘ কমিটিৰ উদ্যোগত বঙাইগাঁৱৰ শালবাৰীৰ ১২ নং ৱাৰ্ডৰ হৰি মন্দিৰৰ কাষত উলহ-মালহেৰে...
14/09/2026

বঙাইগাঁৱৰ শালবাৰীত গণেশ পূজা অনুষ্ঠিত
যুৱ সংঘ কমিটিৰ উদ্যোগত বঙাইগাঁৱৰ শালবাৰীৰ ১২ নং ৱাৰ্ডৰ হৰি মন্দিৰৰ কাষত উলহ-মালহেৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী গণেশ পূজা।
গণেশ চতুৰ্থী উপলক্ষে আয়োজন কৰা এই পূজাত ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি ভগৱান গণেশৰ আশিস গ্ৰহণ কৰে। পূজাস্থলীত ভক্তৰ সমাগমে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Bongaigaon Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share