D media live

D media live D Media Live ফলো কৰি ৰাখক।

বড়োলেণ্ড টেৰিটোৰিয়েল কাউন্সিলৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু তামূলপুৰ জিলাৰ দৰাঙাজুলি  পৰিষদৰ  MCLA আ...
26/08/2026

বড়োলেণ্ড টেৰিটোৰিয়েল কাউন্সিলৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু
তামূলপুৰ জিলাৰ দৰাঙাজুলি পৰিষদৰ MCLA আছিল নাৰ্জাৰী

বঙাইগাঁৱৰ ডুবাচুৰিত লোমহর্ষক হত্যাকাণ্ডভতিজীক নিশা দাৰে ঘপিয়াই হত্যাৰেজিয়া চুলতানা নামৰ মহিলাগৰাকীক হত্যাখুড়াক নাছিৰ উ...
26/08/2026

বঙাইগাঁৱৰ ডুবাচুৰিত লোমহর্ষক হত্যাকাণ্ড

ভতিজীক নিশা দাৰে ঘপিয়াই হত্যা

ৰেজিয়া চুলতানা নামৰ মহিলাগৰাকীক হত্যা

খুড়াক নাছিৰ উদ্দিনে হত্যা কৰাৰ অভিযোগ

পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি

এই নৃশংস ঘটনা

সম্প্রতি পলাতক অভিযুক্ত নাছিৰ উদ্দিন

অসমৰ বানপীড়িতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্য
25/08/2026

অসমৰ বানপীড়িতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্য

২৫ ছেপ্তেম্বৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’আজি জ্যোতি চিত্ৰবনত মুকলি কৰা হয় ছবিখনৰ MOTIO...
25/08/2026

২৫ ছেপ্তেম্বৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’

আজি জ্যোতি চিত্ৰবনত মুকলি কৰা হয় ছবিখনৰ MOTION POSTER

ছবিখনৰ প্ৰযোজনা নিপন কুমাৰ তালুকদাৰৰ, পৰিচালনা নানান পাচনিৰ

অবৈধ ছিমকাৰ্ড চলোৱা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীৰ অভিযান।
25/08/2026

অবৈধ ছিমকাৰ্ড চলোৱা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীৰ অভিযান।

24/08/2026

নকল সোণৰ নাওঁ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত আলিয়াৰ খান আৰু ছফিকুল ইছলাম। বঙাইগাওঁ জিলাৰ ভাণ্ডাৰা বজাৰত আটক দুয়োকে।

নকল সোণৰ নাওঁ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত দুজন।গোলাপাৰাৰ ৩য় খণ্ডৰ আলিয়াৰ খান আৰু নাম্বাৰপাৰা ২য় খণ্ডৰ ছফিকুল ইছলাম
24/08/2026

নকল সোণৰ নাওঁ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত দুজন।
গোলাপাৰাৰ ৩য় খণ্ডৰ আলিয়াৰ খান আৰু নাম্বাৰপাৰা ২য় খণ্ডৰ ছফিকুল ইছলাম

অসম প্ৰিমিয়াৰ লিগ (APL) ৰ চেম্পিয়ন বৰপেটা ব্ৰেভচগুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত
23/08/2026

অসম প্ৰিমিয়াৰ লিগ (APL) ৰ চেম্পিয়ন বৰপেটা ব্ৰেভচ

গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত

23/08/2026

'মিষ্টাৰ ফ্ৰেচাৰ্চ'২০২৬

নৱাগত আদৰণি সভা ৰয়েল ছাইন্স ইনষ্টিটিউট
কলগাছিয়া।

বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আবু ছায়েদ প্ৰধানী

23/08/2026

আজি অসম প্ৰিমিয়াৰ লিগ (APL) ফাইনেল
বৰপেটা ব্ৰেভচ Vs গুৱাহাটী ৰয়েল
আপোনাৰ মতে কোন দল বিজয়ী হ'ব?

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when D media live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share