15/08/2025
"হাস্ত্ৰাওবাঢ়ি মাঞ্চুৰিয়া যুৱ শক্তি একতা ক্লাবৰ তৰফৰ পৰা সকলো ভাৰতবাসীলৈ ৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু উষ্ণ অভিনন্দন জ্ঞাপন কৰিছোঁ।
এই মহান দিনত আমি স্মৰণ কৰোঁ সেইসকল সাহসী স্বাধীনতা সংগ্ৰামীক, যিসকলৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ ফলত আজিৰ স্বাধীন ভাৰত গঢ়ি উঠিছে। স্বাধীনতাৰ মুল্য বুজি, আমি সকলে একত্ৰিত হৈ দেশৰ উন্নয়ন, শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্বৰ পথত আগবাঢ়ো আহক।
জয় হিন্দ! 🇮🇳