Assam Portal News

Assam Portal  News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam Portal News, Media/News Company, Bongaigaon.

Assam Portal News (অসম পৰ্টেল বাতৰি)
🌐 আমাৰ লক্ষ্য নির্ভীক, নিৰপেক্ষ, সত্য সংবাদ প্রদান কৰা....

🌐 যিকোনো মূহুর্তত ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্যৰে সত্যনিষ্ঠ বাতৰি প্ৰকাশ আৰু প্ৰচাৰ।

🌐 আপোনালোকৰ কাষত প্ৰতিটো ক্ষণত থাকিব

আজি NRC সম্পৰ্কীয় গোচৰৰ শুনানিৰ অন্তত উচ্চতম ন্যায়লয়ৰ বাকৰিত সংখ্যালঘু নেতা সকলো একেলগে।খুব সুন্দৰ দৃশ্য।
10/08/2026

আজি NRC সম্পৰ্কীয় গোচৰৰ শুনানিৰ অন্তত উচ্চতম ন্যায়লয়ৰ বাকৰিত সংখ্যালঘু নেতা সকলো একেলগে।
খুব সুন্দৰ দৃশ্য।

📌নিজৰ কিডনী বিক্ৰী কৰি হলেও বানপীড়িত ৰাইজক সহায় কৰি যামঃ শুকুৰ আলী📌নিশাৰ ভাগতো জিৰণি নোলোৱাকৈ শুকুৰ আলীয়ে থিয় দিছে বন্যা...
10/08/2026

📌নিজৰ কিডনী বিক্ৰী কৰি হলেও বানপীড়িত ৰাইজক সহায় কৰি যামঃ শুকুৰ আলী
📌নিশাৰ ভাগতো জিৰণি নোলোৱাকৈ শুকুৰ আলীয়ে থিয় দিছে বন্যাৰ্তৰ কাষত।

বিদ্যালয়ত তাঁৰ চুৰ!!!উত্তৰ শালমাৰা আৰক্ষীৰ জালত বৃহৎ পৰিমাণ তাঁৰ আৰু বিজুলী পাংখাৰ স’তে চোৰ কৰায়ত্ত৷ চোৰটোৰ নাম আব্দুল ব...
09/08/2026

বিদ্যালয়ত তাঁৰ চুৰ!!!

উত্তৰ শালমাৰা আৰক্ষীৰ জালত বৃহৎ পৰিমাণ তাঁৰ আৰু বিজুলী পাংখাৰ স’তে চোৰ কৰায়ত্ত৷ চোৰটোৰ নাম আব্দুল বাৰেক

09/08/2026

🛑 ব্ৰেকিং নিউজ

ভৰিৰ আঘাত, ICU-ত ভৰ্তি, ₹২২ লাখ চিকিৎসা বিল—তাৰ পিছতে ৰোগীৰ মৃত্যু!

ৰোগীৰ পৰিয়ালে অভিযোগ কৰিছে যে কেৱল ভৰিৰ আঘাত থকাৰ পিছতো তেওঁক ICU-ত ভৰ্তি কৰা হৈছিল। লগতে, প্ৰায় ₹২২ লাখ টকাৰ চিকিৎসা বিল আদায় কৰাৰ পিছতহে মৃত্যুৰ খবৰ দিয়া হয় বুলি পৰিয়ালৰ দাবী।

ঘটনাটোক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বহুতে চিকিৎসা ব্যৱস্থা, বিলিং প্ৰক্ৰিয়া আৰু সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। অভিযোগসমূহৰ সত্যতা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

09/08/2026

🛑 বিশেষ প্ৰতিবেদন | অসম

📌 কান্দিছে শুকুৰ আলী, আবেগিক হৈ পৰিছে বহুজন।
📌 এসময়ত একাংশৰ হাঁহিৰ পাত্ৰ হৈ পৰা শুকুৰ আলী আজি বহু লোকৰ বাবে অনুপ্ৰেৰণাৰ নাম।
📌 উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত নিঃস্বাৰ্থভাৱে থিয় দি সহায় আগবঢ়োৱাৰ বাবে সামাজিক মাধ্যমত প্ৰশংসাৰে উপচি পৰিছে।
📌 শুকুৰ আলীৰ এই মানৱীয় পদক্ষেপক বহুতে ‘চেলুট’ জনাইছে আৰু তেওঁৰ সেৱামূলক মনোভাৱৰ শলাগ লৈছে।

09/08/2026

🛑 ব্ৰেকিং নিউজ | অসম

দৰঙত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
বানপীড়িত দৰঙ জিলাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ স্থল পৰ্যবেক্ষণ কৰে। স্থানীয় প্ৰশাসন আৰু বিষয়াবৰ্গৰ সৈতে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। বানাক্ৰান্ত লোকসকলৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাসো দিয়ে।

আজমলক চেলেং চাদৰেৰে আদৰণি চিতু বৰুৱাৰ!মৌলানা বদৰুদ্দিন আজমলক চেলেং চাদৰেৰে আদৰণি জনালে চিতু বৰুৱাই। সাক্ষাৎকালত আজমলৰ বি...
09/08/2026

আজমলক চেলেং চাদৰেৰে আদৰণি চিতু বৰুৱাৰ!

মৌলানা বদৰুদ্দিন আজমলক চেলেং চাদৰেৰে আদৰণি জনালে চিতু বৰুৱাই। সাক্ষাৎকালত আজমলৰ বিভিন্ন সামাজিক কাম-কাজৰো প্ৰশংসা কৰে চিতু বৰুৱাই।

09/08/2026

🛑 ব্ৰেকিং নিউজ | অসম

"মুছলমান সমাজৰ এই অৱদান ইতিহাসত লিপিবদ্ধ হৈ থাকিব" — বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱাৰ পিছত এই মন্তব্য কৰে চিতু বৰুৱাই। এই সাক্ষাৎ আৰু মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যম আৰু ৰাজনৈতিক মহলত ব্যাপক আলোচনা আৰম্ভ হৈছে।

ঘটনাটোক লৈ বিভিন্ন পক্ষৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে।

09/08/2026

09/08/2026

🛑 ব্ৰেকিং নিউজ | অসম

"জীৱনত আৰু কেতিয়াও মই আজমলক গালি নিদিওঁ" — এই মন্তব্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
উক্ত মন্তব্যটো বিভিন্ন মহলত আলোচনাৰ বিষয় হৈ পৰিছে। ঘটনাটোৰ সম্পূৰ্ণ প্ৰসংগ জানিবলৈ অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Assam Portal News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share