সংবাদ- The News

সংবাদ- The News সংবাদ ৱেব মিডিয়া -
সংবাদৰ খবৰ, সঠিক খবৰ We are Publishes News, Information, Culture program, and Advertisements also.

15/09/2025
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ফালৰ পৰা বিনামূলীয়া APSC Coaching'ৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱা  ছাত্র-...
14/08/2025

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ফালৰ পৰা বিনামূলীয়া APSC Coaching'ৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰীৰ তালিকা

13/08/2025
স্বাধীনতা দিৱস উপলক্ষে কামতা সমাজ উন্নয়ন সমিতিৰ উদ্যোগত “চিত্ৰাঙ্কন প্ৰতিযোগিতা। ১৬ আগষ্ট, ২০২৫  আবেলি ৩ বজাৰ পৰা নৱজেউত...
08/08/2025

স্বাধীনতা দিৱস উপলক্ষে

কামতা সমাজ উন্নয়ন সমিতিৰ উদ্যোগত “চিত্ৰাঙ্কন প্ৰতিযোগিতা।

১৬ আগষ্ট, ২০২৫

আবেলি ৩ বজাৰ পৰা

নৱজেউতি সংঘ, বৰপাৰা , বঙাইগাঁও

ভৰ্তি মাচুল: ₹৫০/-

📞 যোগাযোগৰ বাবে: ৮৭৮৬৯ ৮৪৩১৩ ★
৭০৮৬৯ ৩১২১১

08/07/2025

বঙাইগাঁৱত নৱনিযুক্ত জিলা সভাপতি গিৰীশ বৰুৱাক উষ্ম আদৰণি জিলা কংগ্ৰেছৰ।
Girish Baruah

সদ্যঘোষিত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত গনিত বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত চতুৰ্থ স্থান দখল কৰে বীৰঝৰা মহাবিদ্যাল...
06/07/2025

সদ্যঘোষিত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত গনিত বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত চতুৰ্থ স্থান দখল কৰে বীৰঝৰা মহাবিদ্যালয়ৰ ছাত্ৰী
কাশ্মীৰী ৰায়ে ৷ অভিনন্দন কাশ্মীৰী

06/07/2025

ইউ.এম.আৰ.চি ভিজনাৰী ফাউণ্ডেচনৰ ব্যতিক্ৰমী পদক্ষেপ।

অসম চৰকাৰৰ ৭৬ তম বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি এই পদক্ষেপ ইউ. এম. আৰ. চি ভিজনাৰী ফাউণ্ডেচনৰ।

অসম চৰকাৰৰ ৭৬ তম বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি ইউ.এম.আৰ.চি ভিজনাৰী ফাউণ্ডেচনৰ তৰফৰ পৰা গছপুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা ‌হয়। অভয়াপুৰীৰ গাতে লাগি থকা ঐতিহাসিক মহাদেৱ পাহাৰৰ লগতে বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন আৰু বিতৰণ কৰা হয় । জীৱ জন্তুৰ খাদ্য সংকট দূৰ কৰাৰ মানসেৰে বিভিন্ন ঠাইত বিশেষকৈ পাহাৰীয়া অঞ্চলত আজিৰ এই বিশেষ কাৰ্য্যসূচী হাতত লোৱা হয় । উক্ত অনুষ্ঠানটোত ঐতিহাসিক মহাদেৱ পাহাৰত পূজা অৰ্চনা, চাকি বন্তি জ্বলাই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । আজিৰ এই কাৰ্যসূচীত প্ৰায় ১০০ ডালতকৈ অধিক গছপুলি ৰোপন আৰু বিতৰণ কৰা হয়। সঞ্চালক ৰুনিমা ছেত্ৰী আৰু সম্পাদিকা মৃদুলা ময়ী দেৱীৰ নেতৃত্বত এই কাৰ্যসূচীৰ সফল সামৰণি পৰে।

বঙাইগাঁও জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাবে নিযুক্তি গিৰীশ বৰুৱাক
06/07/2025

বঙাইগাঁও জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাবে নিযুক্তি গিৰীশ বৰুৱাক

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when সংবাদ- The News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to সংবাদ- The News:

Share